ৱিকিপিডিয়া:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

80 নং শাৰী:
 
* সভাখন নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ প্ৰায় ১:৩০ বজাত আৰম্ভ হয়।
* আৰম্ভণিতে উদ্যোক্তা লিণ্টনহীৰক শইকীয়াইকুমাৰ ভূঞাই সকলোকে আদৰণি জনায় আৰু হীৰক কুমাৰলিণ্টন ভূঞাইশইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পিছতে উপস্থিত লোকসকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰে।
* পুৰণি ৱিকিপিডিয়ান সকলক গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।
* অসমীয়া ৱিকিপিডিয়ান দীপাংকৰ চেতিয়াই ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে ন-শিকাৰুসকলক অৱগত কৰায়। ৱিকিপিডিয়াত কি লিখিব লাগে, কি লিখিব নালাগে, সাধাৰণ নীতিসমূহৰ কথা চমুকৈ কোৱা হয়। ইয়াৰ লগতে অসমীয়া ৱিকিউৎস আৰু ৱিকিমিডিয়া ভগ্নী প্ৰকল্পসমূহৰ কথা তেওঁলোকক কোৱা হয়।