ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
==ইতিহাস==
{{main|:en:History of chemical engineering}}
ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক প্ৰাথমিক ধাৰণা '[[ইউনিট অপাৰেচন]]'ৰ বিকাশৰ দ্বাৰা এই বিভাগটোৱে মূৰ দাঙি উঠিছিল |প্ৰায় সকলো লিখকেই ডেভিছে 'ইউনিট অপাৰেচন' ধাৰণা আৱিষ্কাৰ কৰা বিষয়টোত একমত |১৮৮৭ চনত তেখেতে মানচেষ্টাৰ টেকনিকেল স্কুলত (বৰ্তমানৰ মানচেষ্টাৰ বিশ্ববিদ্যালয় ) 'ইউনিট অপাৰেচন'ৰ ওপৰত দিয়া এক বক্তৃতা শৃংখল ৰাসায়নিক অভিযান্ত্ৰিকীৰ বাট মুকলি কৰা প্ৰচেষ্টাবোৰৰ ভিতৰত অন্যতম আছিল | ডেভিছৰ বক্তৃতাৰ তিনিবছৰ আগতে হেনৰী এডৱাৰ্ড আৰ্মষ্ট্ৰ্ঙে 'চিটী এণ্ড গিল্ডচ অৱ লণ্ডন ইনষ্টিটিউট'ত ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক পাঠ্যক্ৰ্ম প্ৰ্ৱৰ্তন কৰিছিল কিন্ত এই পাঠ্যক্ৰ্মে নিয়োগকৰ্তাক আৰ্কষিত কৰিব নোৱাৰা বাবে এই পাঠ্যক্ৰ্ম বিফল হয় |কিয়নো সেই সময়ৰ নিয়োগকৰ্তাই ৰসায়নবিদ তথা যান্ত্ৰিক অভিযন্তাকহে বেছি অগ্ৰাধিকাৰ দিছিল। এই পাঠ্যক্ৰ্ম যচা [[মাছাছুছেটচ্ ইনষ্টিটিউটত অৱ টেক্‌ন'ল'জী]] (এম্.আই.টি),মানচেষ্টাৰৰ অৱেন কলেজ,ইংলেণ্ড আৰু ইউনিভাৰচিটী কলেজ লণ্ডনটো ৰাসায়নিক অভিযান্ত্ৰিকীৰ একে দশা হৈছিল |
Chemical engineering emerged upon the development of [[unit operations]], a fundamental concept of the discipline chemical engineering. Most authors agree that Davis invented unit operations if not substantially developed it.{{sfn|Cohen|1996|pp=172–173}} He gave a series of lectures on unit operations at the [[Manchester Technical School]] ([[University of Manchester]] today) in 1887, considered to be one of the earliest such about chemical engineering.{{sfn|Cohen|1996|p=175}} Three years before Davis' lectures, [[Henry Edward Armstrong]] taught a degree course in chemical engineering at the [[City and Guilds of London Institute]]. Armstrong's course "failed simply because its graduates ... were not especially attractive to employers." Employers of the time would have rather hired chemists and [[mechanical engineers]].{{sfn|Reynolds|2001|p=176}} Courses in chemical engineering offered by [[Massachusetts Institute of Technology]] (MIT) in the United States, [[Owen's College]] in [[Manchester]], [[England]] and [[University College London]] suffered under similar circumstances.{{sfn|Cohen|1996|p=178}}
 
[[File:MIT Industrial Chemistry Lab.gif|thumb|Students inside an industrial chemistry laboratory at MIT.|left|250px]]