চেতন মন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: === চেতন মন === বিশ্বৰ সৰ্ৱকালৰ এজন সৰ্ৱশ্ৰেষ্ঠ মনোবিজ্ঞানী মনোব...
 
1 নং শাৰী:
===চেতনা বা চেতন মন ===
বিশ্বৰ সৰ্ৱকালৰ এজন সৰ্ৱশ্ৰেষ্ঠ মনোবিজ্ঞানী মনোবিজ্ঞানী ছিগমুণ্ড ফ্ৰয়েডে মানুহৰ মনটোক তিনি ভাগত বিভক্ত কৰিছিল-- ১)চেতন মন ২)প্ৰাক-চেতন মন বা অৱচেতন মন ৩)অচেতন মন।তেওঁৰ মতে মতে মানুহৰ চেতন মনক বহুলাংশে নিয়ন্ত্ৰণ কৰে মানুহৰ অচেতন আৰু প্ৰাক-চেতন মনে।মনোবিজ্ঞানীসকলৰ মতে মনৰ মাত্ৰ ১০ শতাংশহে চেতন মনে অধিকাৰ কৰি থাকে বাকী ৯০ শতাংশই অধিকাৰ কৰি থাকে অৱচেতন আৰু অচেতন মনে।
"https://as.wikipedia.org/wiki/চেতন_মন"ৰ পৰা অনা হৈছে