বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
39 নং শাৰী:
|website = [http://www.barackobama.com/ barackobama.com]
}}
'''বাৰাক হুছেইন অ'বামা''' [[:en::Barack Obama| (Barack Hussein Obama)]] আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়। <ref name= "millerমিলাৰ"/> American President
A Reference Resource |archive url= http://millercenter.org/president/obama/essays/biography/1</ref>
 
==বাল্যকাল আৰু শিক্ষা==
বাৰাক অ’বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিাক যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ’বামা (জ্যেষ্ঠ) কেমিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে, মাতৃ এন ডানহাম হ’ল কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। অ’বামাৰ জন্মৰ ২ বচৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু এন ডানহামে পুণৰবিবাহ কৰে। বাৰাক অ’বামাই সতীয়া পিতৃ আৰু মাতৃৰ লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। <ref name ="মিলাৰ"></ref>
অ’বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুণৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেও হাৱাইৰ বিখ্যাত ‘পুণাহু’ স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল। তাৰ পাছত তেও লছ এঞ্জেলছৰ অৰিয়েণ্টেল কলেজত মান ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিস্ববিদ্যলয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদিশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেও চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কৰ্মৰত হয়। <ref name ="মিলাৰ"></ref>
 
 
== তথ্য সংগ্ৰহ==
{{Reflist}}
 
 
[[শ্ৰেণী:আমেৰিকাৰ বিখ্যাত ব্যক্তি]]