বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
47 নং শাৰী:
 
==ৰাজনৈতিক জীৱন==
১৯৯৬ চনত অ’বামা ইলিনয়ৰ পৰা ষ্টেট চিনেটৰ হিচাপে নিৰ্বাচিত হয় আৰু ৮ বছৰ কাৰ্যনিৰ্বাহ কৰে। ২০০৭ চনত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ডেম’ক্ৰেটিক দলে তেওক ৰাষ্ট্ৰপদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। এই মনোনয়নৰ বাবে হোৱা ডেম’ক্ৰেটিক দলৰ অভ্যন্তৰীণ নিৰ্বাচনত তেও প্ৰাক্তন ৰাষ্ট্ৰপতি [বিল ক্লিণ্টন]]ৰ পত্নী হিলাৰী ৰ’ধাম ক্লিণ্টনক পৰাজিত কৰিছিল।<ref name ="মিলাৰ"></ref> পিছত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে ৰিপব্লিকান দলৰ প্ৰাৰ্থী জন মেক-কেইনক অনায়াসে পৰাস্ত কৰে।
<ref>http://www.newsmax.com/InsideCover/obama-wins-presidency/2008/11/04/id/326407/</ref>