চেতন মন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{পোখালি}}
মানুহৰ সকলো কৰ্মকাণ্ড নিয়ন্ত্ৰণ হয় '''চেতন মন'''ৰ জৰিয়তে। চেতন মনে [[মস্তিষ্ক]]ক নিয়ন্ত্ৰণ কৰে। প্ৰসিদ্ধ মনোবিজ্ঞানী [[ছিগমুণ্ড ফ্ৰয়েড|ছিগমুণ্ড ফ্ৰয়েডে]] মানুহৰ [[মন]]টোক তিনি ভাগত বিভক্ত কৰিছিল--
# চেতন মন {{enwiki|Conscious mind}}
# প্ৰাক-চেতন মন বা অৱচেতন মন (Sub-Conscious mind)
# অচেতন মন।মন (unconscious) ।
 
ছিগমুণ্ড ফ্ৰয়েডৰ মতে [[মানুহ]]ৰ চেতন মনক বহুলাংশে নিয়ন্ত্ৰণ কৰে মানুহৰ অচেতন আৰু প্ৰাক-চেতন মনে। মনোবিজ্ঞানীসকলৰ মতে মনৰ মাত্ৰ ১০ শতাংশহে চেতন মনে অধিকাৰ কৰি থাকে বাকী ৯০ শতাংশই অধিকাৰ কৰি থাকে অৱচেতন আৰু অচেতন মনে।
"https://as.wikipedia.org/wiki/চেতন_মন"ৰ পৰা অনা হৈছে