১১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''১১ নৱেম্বৰ''' {{enwiki|11 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩১৫ তম ([[অধিবৰ্ষ]]ত ৩১৬ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫০ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ভাৰতৰ প্ৰথমজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী [[মৌলানা আবুল কালাম আজাদ]]ৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত জাতীয় শৈক্ষিক দিৱস হিচাপে পালন কৰা হয়।
# আজিৰ দিনটোতে ১৯৬৬ চনত সাহিত্যিক [[ডিম্বেশ্বৰ নেওগ]]ৰ পৰলোক প্ৰাপ্তি ঘটে ।