বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
43 নং শাৰী:
 
==বাল্যকাল আৰু শিক্ষা==
বাৰাক অ’বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিাক যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ’বামা (জ্যেষ্ঠ) কেমিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে, মাতৃ এন ডানহাম হ’ল কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ’বামাৰ জন্ম হৈছিল, [[কেনিয়া]]ৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেঁও হাৱাইত পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহাক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ু বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ’বামাৰ জন্ম হয়। <ref name = “বায়”></ref>অ’বামাৰ জন্মৰ ২ বচৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে পুণৰবিবাহইণ্ডোনেচিয়াৰ কৰে।ছাত্ৰ ল’ল’ ছ’ৱেট’ৰ’ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল [[জাকাৰ্টা]]লৈ যায়গৈ।তাতে অ’বামাৰ সতীয়া ভগ্নী মায়া ছ’ৱেট’ৰ’ৰ জন্ম হয়। <ref name = “বায়”></ref>। বাৰাক অ’বামাই সতীয়া পিতৃ আৰু মাতৃৰভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। <ref name ="মিলাৰ"></ref>
অ’বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুণৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেও হাৱাইৰ বিখ্যাত ‘পুণাহু’ স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল।<ref name ="মিলাৰ"></ref>এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ’বামাৰ ওচৰলৈ গুচি আহে। <ref name = “বায়”</ref> তাৰ পাছত তেও লছ এঞ্জেলছৰ অৰিয়েণ্টেলঅক্সিডেন্টেল কলেজত মান ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিস্ববিদ্যলয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদিশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেও চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কৰ্মৰত হয়। <ref name ="মিলাৰ"></ref>
১৯৯০ চনত অ’বামা “হাৰ্ভাৰ্ড ল’ ৰিভিউ” সম্পাদনা কৰা প্ৰথম আফ্ৰিকামূলীয় আমেৰিকান ৰূপে পৰিগণিত হয়। ১৯৯১ চনত তেও হাৰ্ভাৰ্ডৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। <ref name = “বায়”></ref>
 
==ৰাজনৈতিক জীৱন==
১৯৯৬ চনত অ’বামা ইলিনয়ৰ পৰা ষ্টেট চিনেটৰ হিচাপে নিৰ্বাচিত হয় আৰু ৮ বছৰ কাৰ্যনিৰ্বাহ কৰে।২০০৪ চনৰ ডেম’ক্ৰেটিক নেচনেল কনভেনচনত ‘জন কেৰী’ সমৰ্থনত এটি অতি প্ৰয়োজনীয় ভাষণেৰে অ’বামাই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে। <ref name = “ ইনফপ্লীজ”></ref>। ২০০৭ চনত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ডেম’ক্ৰেটিক দলে তেওক ৰাষ্ট্ৰপদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। এই মনোনয়নৰ বাবে হোৱা ডেম’ক্ৰেটিক দলৰ অভ্যন্তৰীণ নিৰ্বাচনত তেও প্ৰাক্তন ৰাষ্ট্ৰপতি [বিল ক্লিণ্টন]]ৰ পত্নী হিলাৰী ৰ’ধাম ক্লিণ্টনক পৰাজিত কৰিছিল।<ref name ="মিলাৰ"></ref> পিছত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে ৰিপব্লিকান দলৰ প্ৰাৰ্থী জন মেক-কেইনক অনায়াসে পৰাস্ত কৰে। <ref>http://www.newsmax.com/InsideCover/obama-wins-presidency/2008/11/04/id/326407/</ref>
===পূণৰনিৰ্বাচন আৰু দ্বিত্বীয় কাৰ্যকাল===
<ref>http://www.newsmax.com/InsideCover/obama-wins-presidency/2008/11/04/id/326407/</ref>
২০০৮ চনৰ দৰে, এইবাৰো অ’বামাৰ নিৰ্বাচন প্ৰচাৰৰ মূলমন্ত্ৰ তৃণমূলীয় বিষয়বস্তুয়েই হয়। ২০১২ চনৰ এই নিৰ্বাচনত অ’বামা ৰিপাব্লিকান দলৰ মিট ৰমনে’ৰ মূখামূখি হয়। 2012 চনৰ ৬ নৱেম্বৰৰ সন্ধিয়া অ’বামাক বিজয়ী ঘোষণা কৰা হয়,<ref name =“ ইনফপ্লীজ””></ref>
যদিও প্ৰাক নিৰ্বাচন সমীক্ষাবিলাকত তেও কঠিন প্ৰত্যহ্বানৰ সন্মূখীন হব বুলি ধাৰণা কৰা হৈছিল। অ’বামাই প্ৰায় ৬০% ভোট লাভ কৰে। <ref name= “বায়”>http://www.biography.com/people/barack-obama-12782369#synopsis</ref>
২০১৩ চনৰ ২১ জানুৱাৰীত অ’বামাই আধিকাৰীক ভাৱে ২য় বাৰৰ বাবে, আমেৰিকা যক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসন গ্ৰহণ কৰে। <ref name = “ ইনফপ্লীজ”> http://www.infoplease.com/biography/var/barackobama.html</ref>
 
 
==বিবাদ==
==ব্যক্তিগত জীৱন==
বৰাক অ’বামা ১৯৯২ চনত মিচ্ছেল অ’বামা (আগতে ৰবিনচন)ৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওলোক মালিয়া (জন্ম ১৯৯৮) আৰু ছাছা (জন্ম ২০০১) নামেৰে দুগৰাকী দুহিতা আছে। <ref name = “ ইনফপ্লীজ”></ref>
==নবেল পুৰষ্কাৰ==
‘আন্তঃৰাষ্টীয় কুটনীতি আৰু সহযোগীতা সৱলীকৰণৰ ক্ষেত্ৰৰ অসামান্য অৱদান” ৰ বাবে বৰাক অ’বামাক 2009 চনৰ শান্তুৰ নবেল বঁটা প্ৰদান কৰা হয়।<ref name = “ ইনফপ্লীজ”></ref>
== তথ্য সংগ্ৰহ==
{{Reflist}}