বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
50 নং শাৰী:
১৯৯৬ চনত অ’বামা ইলিনয়ৰ পৰা ষ্টেট চিনেটৰ হিচাপে নিৰ্বাচিত হয় আৰু ৮ বছৰ কাৰ্যনিৰ্বাহ কৰে।২০০৪ চনৰ ডেম’ক্ৰেটিক নেচনেল কনভেনচনত ‘জন কেৰী’ সমৰ্থনত এটি অতি প্ৰয়োজনীয় ভাষণেৰে অ’বামাই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে। <ref name = “ ইনফপ্লীজ”></ref>। ২০০৭ চনত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ডেম’ক্ৰেটিক দলে তেওক ৰাষ্ট্ৰপদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। এই মনোনয়নৰ বাবে হোৱা ডেম’ক্ৰেটিক দলৰ অভ্যন্তৰীণ নিৰ্বাচনত তেও প্ৰাক্তন ৰাষ্ট্ৰপতি [বিল ক্লিণ্টন]]ৰ পত্নী হিলাৰী ৰ’ধাম ক্লিণ্টনক পৰাজিত কৰিছিল।<ref name ="মিলাৰ"></ref> পিছত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে ৰিপব্লিকান দলৰ প্ৰাৰ্থী জন মেক-কেইনক অনায়াসে পৰাস্ত কৰে। <ref>http://www.newsmax.com/InsideCover/obama-wins-presidency/2008/11/04/id/326407/</ref>
===পূণৰনিৰ্বাচন আৰু দ্বিত্বীয় কাৰ্যকাল===
২০০৮ চনৰ দৰে, এইবাৰো অ’বামাৰ নিৰ্বাচন প্ৰচাৰৰ মূলমন্ত্ৰ তৃণমূলীয় বিষয়বস্তুয়েই হয়। ২০১২ চনৰ এই নিৰ্বাচনত অ’বামা ৰিপাব্লিকান দলৰ মিট ৰমনে’ৰ মূখামূখি হয়। 2012 চনৰ ৬ নৱেম্বৰৰ সন্ধিয়া অ’বামাক বিজয়ী ঘোষণা কৰা হয়,<ref name =“ ইনফপ্লীজ””></ref>।যদিও প্ৰাক নিৰ্বাচন সমীক্ষাবিলাকত তেও কঠিন প্ৰত্যহ্বানৰ সন্মূখীন হব বুলি ধাৰণা কৰা হৈছিল। অ’বামাই প্ৰায় ৬০% ভোট লাভ কৰে। <ref name= “বায়”>http://www.biography.com/people/barack-obama-12782369#synopsis</ref>
যদিও প্ৰাক নিৰ্বাচন সমীক্ষাবিলাকত তেও কঠিন প্ৰত্যহ্বানৰ সন্মূখীন হব বুলি ধাৰণা কৰা হৈছিল। অ’বামাই প্ৰায় ৬০% ভোট লাভ কৰে। <ref name= “বায়”>http://www.biography.com/people/barack-obama-12782369#synopsis</ref>
২০১৩ চনৰ ২১ জানুৱাৰীত অ’বামাই আধিকাৰীক ভাৱে ২য় বাৰৰ বাবে, আমেৰিকা যক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসন গ্ৰহণ কৰে। <ref name = “ ইনফপ্লীজ”> http://www.infoplease.com/biography/var/barackobama.html</ref>
 
 
==বিবাদ==