পৰিৱেশ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:পৰিবেশ অধ্যয়ন বিলোপ কৰা হ’ল; শ্ৰেণী:পৰিবেশ বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জ...
27 নং শাৰী:
=পৰিৱেশ তন্ত্ৰৰ প্রকাৰ (Kinds of Ecosystem):=
পৰিৱেশ তন্ত্ৰবোৰ প্রাকৃতিক (Natural) বা কৃটিমকৃত্রিম (Artificial), বৃহৎ (Mega) বা ক্ষুদ্র (Micro), সম্পূর্ণ (Complete) বা অসম্পূর্ণ (Incomplete) ইত্যাদি বিভিন্ন প্রকাৰৰ হব পাৰে।
 
A. প্রাকৃতিক পৰিৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰ মানুহৰ বিশেষ কোনো প্রত্যক্ষ প্রভাৱ বা নিয়ন্ত্ৰণ অবিহনে প্রকৃতিত স্বতঃস্ফূর্ত্ত ভাবে চলি থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক প্রাকৃতিক পৰিৱেশ তন্ত্ৰ বোলা হয়। ইয়াক আকৌ দুটা প্রধান ভাগত ভগাব পাৰি যেনে, স্থলজ পৰিৱেশ তন্ত্ৰ আৰু জলজ পৰিৱেশ তন্ত্ৰ।