আচৰণবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{পোখালি}}
আচৰণবাদৰ(ইংৰাজী:Behaviorism) জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত।আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি.ৱাটচন আৰু বি. এফ. স্কীনাৰ।ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ,বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।আচৰণবাদীসকলৰআচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লষণবিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ।আচৰণবাদীসকলে'''আচৰণবাদ''' {{enwiki|Behaviorism}} । আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে।
 
আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল [[জন বি ৱাটচন]] {{enwiki|John B. Watson}} আৰু [[বি এফ স্কীনাৰ]] {{enwiki|B. F. Skinner}}। ইয়াৰোপৰি ৰাছিয়াৰ [[আইভান পাভলভ]], [[বেখটাৰ্ভ]] আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* [http://www.viewpoint.fr Automated Behavior analysis]
* [http://etext.lib.virginia.edu/cgi-local/DHI/dhi.cgi?id=dv1-30 ''Dictionary of the History of Ideas'':] Behaviorism
* [http://www.questia.com/library/psychology/other-types-of-psychology/behaviorism.jsp Books and Journal Articles On Behaviorism]
* [http://www.biozentrum.uni-wuerzburg.de/genetics/behavior/learning/behaviorism.html Wuerzburg University: behaviourism]
* [http://www.bfskinner.org B.F. Skinner Foundation]
* [http://www.behavior.org Cambridge Center for Behavioral Studies]
 
[[শ্ৰেণী:মনোবিজ্ঞান]]
"https://as.wikipedia.org/wiki/আচৰণবাদ"ৰ পৰা অনা হৈছে