তৰ্কশাস্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Stub}}
'''তৰ্কশাস্ত্ৰ''' ([[:en:Logic|Logic]]) স্থানভেদে যুক্তিসূত্ৰ বা যুক্তিবিদ্যা বা যুক্তিতত্ব হৈছে [[যুক্তি]]ৰ মান্য প্ৰয়োগ আৰু সম্পৰ্কীয় বিদ্যা। [[দৰ্শন]],[[গণিত]] আৰু [[কম্পিউটাৰ বিজ্ঞান]]ত ইয়াৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয়, চীন, পাৰস্য,ৰোমান আৰু গ্ৰীক আদি বহু সভ্যতাত এই বিষয়ৰ অধ্যয়ন হৈছিল।
 
তৰ্কশাস্ত্ৰক আৱেশিত{{মূল শব্দৰ প্ৰয়োজন}}, প্ৰত্যায়িত{{মূল শব্দৰ প্ৰয়োজন}} আৰু প্ৰত্যাশিত{{মূল শব্দৰ প্ৰয়োজন}} যুক্তিৰ আধাৰত সততে তিনিভাগত বিভক্ত কৰা হয়{{cn}}।