ব্যাস (জ্যামিতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
মাৰ্জ টেগ আতৰ কৰা হ’ল, নিয়মিত অবিতৰ্কিত নিকাকৰণ
1 নং শাৰী:
{{Geometry stub}}
{{Redirect|ব্যাস}}
{{merge to|বৃত্ত}}
{{Infobox polygon
| name = ব্যাস
18 নং শাৰী:
}}
 
[[জ্যামিতি|জ্যামিতিত]] ({{lang-en|Geometry}}) [[বৃত্ত|বৃত্তৰ]] ব্যাস হ’ল এদাল কেন্দ্ৰগামী [[সৰলৰেখা]] যাৰ প্ৰান্তবিন্দু দুটা [[পৰিধি|পৰিধিৰ]] সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম [[জ্যা]]। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো [[গ্ৰীক]] ভাষাৰ ''διάμετρος'' (''diametros'') শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত ''δια-'' (''dia-'') ৰ অৰ্থ হ'ল "across, through" আৰু ''μέτρον'' (''metron'')ৰ অৰ্থ হ'ল "a measure"।<ref>[http://www.etymonline.com/index.php?term=diameter Online Etymology Dictionary]</ref>
 
অধিক ব্যৱহাৰিক ক্ষেত্ৰত এই সৰলৰেখাৰ দৈৰ্ঘ্যক (মাপক) ব্যাস বোলা হয়, কিয়নো যিকোনো এটা [[বৃত্ত]]ৰ সকলো ব্যাসৰ দৈৰ্ঘ্যৰ মাপেই সমান, এই মাপ বৃত্তটোৰ [[ব্যাসাৰ্ধ]]ৰ দুগুণ। ই বৃত্তৰ পৰিধিৰ কোনো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ হ'ব পৰা দূৰত্বৰ সৰ্বোচ্ছ মান।<ref>{{cite web | url=http://mathworld.wolfram.com/Diameter.html | title=Diameter | publisher=mathworld.wolfram.com | accessdate=November 03, 2012}}</ref> গোলক এটাৰ পৃষ্ঠৰ দুটা বিন্দুৰ মাজৰ সৰ্বোচ্ছ দুৰত্বকো ব্যাস বুলি কোৱা হয়।
27 নং শাৰী:
 
[[শ্ৰেণী:জ্যামিতি]]
{{Geometry stub}}
 
[[sn:Pimadanho]]