দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Expand article}}
{{Infobox Holiday
|holiday_name = দুৰ্গাপূজা
Line 21 ⟶ 20:
 
==পৌৰাণিক উপাখ্যান==
 
[[চিত্ৰ:Para-Mahashasthi.JPG|thumb|right|250px|কলকাতাৰ একোটা পূজামণ্ডপত মহাষষ্টীৰ দেবী প্ৰতিমা, ২০০৬]]
 
===ব্ৰহ্মবৈবৰ্ত পুৰাণ===
 
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰী[[কৃষ্ণ]]। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই । <ref>প্ৰবন্ধ ''শব্দাঞ্জলিত দুৰ্গা পূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩ দ্ৰঃ</ref>
 
===দেৱী ভাগৱত পুৰাণ===
 
দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তী নিৰ্মান কৰি আৰাধনা কৰে। আৰু এই সময় খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে লগতে আহাৰ আৰু শ্বাস গ্ৰহন পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওঁক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছো। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।” <ref>প্ৰবন্ধ ''শব্দাঞ্জলিতে দুৰ্গাপূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩-৬৪ দ্ৰঃ</ref>
 
[[File:Durga 1.jpg|thumb|250px|এটা দুৰ্গা প্ৰতিমা,২০০৯]]
 
==মূৰ্তি সমূহ==
 
দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তি সমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল ।
 
===দুৰ্গা===
 
‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।<ref> ''শব্দকল্পদ্ৰুম'' ৩।১৬৬৬; ''পূজা-বিজ্ঞান'', স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত</ref>
দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ স্ৰজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেই বোৰৰসেইবোৰৰ নাম আৰু বৈশিষ্ট হ’ল-
 
১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী।
Line 87 ⟶ 80:
 
'''সিংহ'''
 
[[চিত্ৰ:332 Durga-alone.png|thumb|3oopx|right|উত্তৰ কলিকতাৰ কাশীপুৰৰ এটা মণ্ডপত তাপসীবেশীৰে সিংহবাহিনী মহিষমৰ্দিনী]]
 
Line 93 ⟶ 85:
 
'''মহিষাসুৰ'''
 
মহিষাসুৰ এটা অসুৰ। তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে । মহিষাসুৰ অসুৰ হলেও দুৰ্গোৎসৱৰ সময়ত তেওঁক পূজা কৰাৰ থল আছে।<ref>''মহিষাসুৰ'', সঞ্জয় ভুঁইয়া, বৰ্তমান পত্ৰিকা (বৰ্তমান দেওবাৰ), ২৮ ছেপ্তেম্বৰ, ২০০৮ দ্ৰঃ</ref>
 
'''গণেশ'''
[[গণেশ]] সিদ্ধিৰ দেৱতা। গণেশ পূজা নকৰাকে অন্য কোনো পূজা কৰাৰ বিধান নাই।
 
গণেশ সিদ্ধিৰ দেৱতা। গণেশ পূজা নকৰাকে অন্য কোনো পূজা কৰাৰ বিধান নাই।
 
'''লক্ষ্মী'''
[[লক্ষ্মী]] হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।
 
লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।
 
'''সৰস্বতী'''
[[সৰস্বতী]] জ্ঞানৰ প্ৰতীক।
 
সৰস্বতী জ্ঞানৰ প্ৰতীক।
 
'''কাৰ্তিক'''
[[কাৰ্তিক]] সৌন্দৰ্য্যৰ প্ৰতীক।
 
কাৰ্তিক সৌন্দৰ্য্যৰ প্ৰতীক।
 
==তথ্য সংগ্ৰহ==