কেন্দ্ৰীয় শাসিত অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(নতুন পৃষ্ঠা: '''কেন্দ্ৰ শাসিত অঞ্চল''' ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ...)
 
'''কেন্দ্ৰ শাসিত অঞ্চল''' ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰ শাসিত প্ৰদেশৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনিত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।<ref>[http://india.gov.in/knowindia/union_territories.php কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় ৰাষ্ট্ৰীয় প'ৰ্টেলত</ref> চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।<ref name="mha">[http://www.mha.gov.in/unio.htm কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় গৃহ মন্ত্ৰালয়</ref> ভাৰতৰ ৰাজধানী নতুন দিল্লি, যি দিল্লি নামেৰে এক কেন্দ্ৰ শাসিত অঞ্চল আছিল, আৰু পুদুচেৰীক আংশিক ৰাজ্যৰ দৰ্জা দিয়া হৈছে। দিল্লিক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লি আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰিমণ্ডল আদি আছে<ref>http://delhiassembly.nic.in/index.asp এয়া দিল্লিৰ বিধান সভাৰ আন্তৰ্জাল চাইট</ref><ref>http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm</ref>, যদিও তাঁহাঁতৰ শক্তি সীমিত।
 
==ভাৰতীয় কেন্দ্ৰ শাসিত প্ৰদেশৰ তালিকা<ref>http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/</ref>==
# আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ
# চণ্ডিগঢ়
2,014

টা সম্পাদনা