কেন্দ্ৰীয় শাসিত অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''কেন্দ্ৰ শাসিত অঞ্চল''' [[ভাৰত]]ৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহঅঞ্চলসমূহ প্ৰত্যক্ষভাৱে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। [[ভাৰতৰ ৰাষ্ট্ৰপতি]]য়ে প্ৰতি কেন্দ্ৰ শাসিত প্ৰদেশৰঅঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা [[উপ ৰাজ্যপাল]] মনোনিত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।<ref>[http://india.gov.in/knowindia/union_territories.php কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় ৰাষ্ট্ৰীয় প'ৰ্টেলত</ref> চন [[২০১০]]ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।<ref name="mha">[http://www.mha.gov.in/unio.htm কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় গৃহ মন্ত্ৰালয়</ref> ভাৰতৰ ৰাজধানী [[নতুন দিল্লি]], যি দিল্লি নামেৰে এক কেন্দ্ৰ শাসিত অঞ্চল আছিল, আৰু [[পুদুচেৰী]]ক আংশিক [[ৰাজ্য]]ৰ দৰ্জা দিয়া হৈছে। দিল্লিক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ<ref>http://indiacode.nic.in/coiweb/amend/amend69.htm</ref> হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লি আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত [[বিধানসভা]], মন্ত্ৰিমণ্ডল আদি আছে<ref>http://delhiassembly.nic.in/index.asp এয়া দিল্লিৰ বিধান সভাৰ আন্তৰ্জাল চাইট</ref><ref>http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm</ref>, যদিও তাঁহাঁতৰ শক্তি সীমিত।
 
==ভাৰতীয় কেন্দ্ৰ শাসিত প্ৰদেশৰ তালিকা<ref>http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/</ref>==