বিদ্যুৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{New page}}
বিদ্যুৎ হৈছে শক্তিৰ এটি প্ৰকাৰ বা ৰূপ ।
 
==প্ৰকাৰ==
বিদ্যুৎ শক্তিক বিশেষ ব্যৱস্থাৰে কোনো পদাৰ্থৰ মাজত স্থিৰভাৱে ৰাখিলে তাক স্থিৰ বিদ্যুৎ বুলি জনা যায়। যেতিয়া ইয়াক কোনো বিদ্যুৎ পৰিবাহী ধাতৱ তাৰৰ মাধ্যমেৰে প্ৰবাহিত কৰা হ্য়্, তেতিয়া তাক চল বিদ্যুৎ বুলি কোৱা হ্য়। ব্যৱহাৰিক ক্ষেত্ৰত চল বিদ্যুতৰহে প্ৰয়োগ অধিক সেইবাবেই বিদ্যুৎ বুলিলে সাধাৰণতে চল বিদ্যুতকে জনা যায়।<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, পৃষ্ঠা নং ২৩৪, লেখক- শান্তনু কৌশিক বৰুৱা</ref>
[[File:Lightning3.jpg|thumb|alt=Multiple lightning strikes on a city at night|[[বিজুলী ধেৰেকণি]] হৈছে বিদ্যুৎ শক্তিৰ অন্যতম নাটকীয় বহি: প্ৰকাশ]]
 
 
==তথ্য সংগ্ৰহ==
{{reflist}}
"https://as.wikipedia.org/wiki/বিদ্যুৎ"ৰ পৰা অনা হৈছে