৫ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাটো খালী কৰা হ'ল
No edit summary
1 নং শাৰী:
'''৫ ডিচেম্বৰ''' {{enwiki|5 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৯ তম ([[অধিবৰ্ষ]]ত ৩৪০ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ১৯৫০ চনৰ আজিৰ দিনটোত চীনা সৈন্যই [[উত্তৰ কোৰিয়া]]ৰ ৰাজধানী [[প্যংয়াং]]ৰ পৰা [[ৰাষ্ট্ৰ সংঘ]]ৰ বাহিনীক খেদি পঠিয়াই ।
# [[শ্ৰীলংকা]]ৰ সৈন্যয়ে ১৯৯৫ চনৰ আজিৰ দিনটোত ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা [[জাফনা]] দখল কৰে ।
 
{{Months}}
[[শ্ৰেণী:ডিচেম্বৰ]]