বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ছবি আদি, ভাল প্ৰবন্ধ টেগ আদি
1 নং শাৰী:
{{under construction}}
{{Infobox officeholder
|name = বাৰাক অ'বামা
Line 39 ⟶ 38:
|website = [http://www.barackobama.com/ barackobama.com]
}}
'''বাৰাক হুছেইন অ'বামা''' [[:({{lang-en::|Barack Hussein Obama|}}) ({{IPAc-en|US|audio=En-us-Barack -Hussein -Obama.ogg|b|ə|ˈ|r|ɑː|k|_|h|uː|ˈ|s|eɪ|n|_|ɵ|ˈ|b|ɑː|m|ə}}, {{IPAc-en|UK|ˈ|b|æ|r|ə|k|_|h|uː|ˈ|s|eɪ|n|_|ɵ|ˈ|b|ɑː|m|ə}}; জন্ম: ৪ আগষ্ট, ১৯৬১)]] আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়। <ref name= "মিলাৰ">American President A Reference Resource |archive url= http://millercenter.org/president/obama/essays/biography/1</ref>
A Reference Resource |archive url= http://millercenter.org/president/obama/essays/biography/1</ref>
 
==বাল্যকাল আৰু শিক্ষা==
বাৰাক অ’বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিাক যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ’বামা (জ্যেষ্ঠ)[[ কেনিয়া]]ৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে, মাতৃ এন ডানহাম হ’ল কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ’বামাৰ জন্ম হৈছিল, [[কেনিয়া]]ৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেঁও হাৱাইত[[হাৱাই]]ত পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহামক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ুদুয়ো বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ’বামাৰ জন্ম হয়। <ref name = “বায়”></ref>অ’বামাৰ জন্মৰ ২ বছৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে ইণ্ডোনেচিয়াৰ ছাত্ৰ ল’ল’ ছ’ৱেট’ৰ’ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল [[জাকাৰ্টা]]লৈ যায়গৈ।তাতে অ’বামাৰ সতীয়া ভগ্নী মায়া ছ’ৱেট’ৰ’ৰ জন্ম হয়। <ref name = “বায়”></ref>। বাৰাক অ’বামাই সতীয়া পিতৃ আৰু ভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। <ref name ="মিলাৰ"></ref><br />
অ’বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুণৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেও হাৱাইৰ বিখ্যাত ‘পুণাহু’ স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল।<ref name ="মিলাৰ"></ref>এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ’বামাৰ ওচৰলৈ গুচি আহে। <ref name = “বায়”></ref> তাৰ পাছত তেও লছ এঞ্জেলছৰ অক্সিডেন্টেল কলেজত মান ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিস্ববিদ্যলয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদিশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেওতেওঁ চিকগোৰ[[চিকগো]]ৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কৰ্মৰত হয়। <ref name ="মিলাৰ"></ref><br />
১৯৯০ চনত অ’বামা “হাৰ্ভাৰ্ড ল’ ৰিভিউ” সম্পাদনা কৰা প্ৰথম আফ্ৰিকামূলীয় আমেৰিকান ৰূপে পৰিগণিত হয়। ১৯৯১ চনত তেও হাৰ্ভাৰ্ডৰহাৰ্ভাডৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। <ref name = “বায়”></ref>
 
==ৰাজনৈতিক জীৱন==
১৯৯৬ চনত অ’বামা ইলিনয়ৰ পৰা ষ্টেট চিনেটৰ হিচাপে নিৰ্বাচিত হয় আৰু ৮ বছৰ কাৰ্যনিৰ্বাহ কৰে।২০০৪ চনৰ ডেম’ক্ৰেটিক নেচনেল কনভেনচনত ‘জন কেৰী’ সমৰ্থনত এটি অতি প্ৰয়োজনীয় ভাষণেৰে অ’বামাই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে। <ref name = “ ইনফপ্লীজ”></ref>।
[[File:Official portrait of Barack Obama.jpg|thumb|upright|Obama's first term presidential portrait (2009)|alt=First official presidential portrait of Barack Obama, wearing a black suit with a blue tie and American flag lapel pin, indoors with the American flag and the flag of the President draped in the background]]
 
===২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু প্ৰথম কাৰ্যকাল===
২০০৭ চনত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ডেম’ক্ৰেটিক দলে তেওক ৰাষ্ট্ৰপদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। এই মনোনয়নৰ বাবে হোৱা ডেম’ক্ৰেটিক দলৰ অভ্যন্তৰীণ নিৰ্বাচনত তেও প্ৰাক্তন ৰাষ্ট্ৰপতি [বিল ক্লিণ্টন]]ৰ পত্নী হিলাৰী ৰ’ধাম ক্লিণ্টনক পৰাজিত কৰিছিল।<ref name ="মিলাৰ"></ref> পিছত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে ৰিপব্লিকান দলৰ প্ৰাৰ্থী জন মেক-কেইনক অনায়াসে পৰাস্ত কৰে। <ref>http://www.newsmax.com/InsideCover/obama-wins-presidency/2008/11/04/id/326407/</ref> <br />
[[File:US President Barack Obama taking his Oath of Office - 2009Jan20.jpg|thumb|Barack Obama takes [[Oath of office of the President of the United States|the oath of office]] administered by [[Chief Justice of the United States|Chief Justice]] [[John Roberts|John G. Roberts, Jr.]] at [[United States Capitol|the Capitol]], January 20, 2009|alt=Photograph]]
চিনেটৰ হিলাৰী ক্লিণ্টনে নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ অ’বামালৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়<ref name = “বায়”></ref>। সেই সময় আমেৰিকাৰ অৰ্থনীতি আৰু কুটনীতিৰ এক জটিল সময় আছিল। অ’বামাৰ নিৰ্বাচনী প্ৰচাৰৰ মূল এজেণ্ডা আছিল, অৰ্থনৈতিক সংষ্কাৰ, বিকল্প শক্তি, আৰু শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ আমূল পৰিবৰ্তন, লগতে ৰাষ্ট্ৰীৰ ঋণ হ্ৰাস কৰা। এই নিৰ্বাচনত অ’বামাই ৫২.৯% শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ৰিপাব্লিকান প্ৰাৰ্থী জন মেক-কেইনে ৪৫.৭% ভোট পায়। অ’বামাৰ সহকৰ্মী ডেলাৱেৰৰ চিনেটৰ জ’ বিডেনক উপ-ৰাষ্ট্ৰপতি মনোনীত কৰা হয়। <ref name = “বায়”></ref><br />
২০০৯ চনৰ ২০ জানুৱাৰীত অবামাই আমেৰিকা ৮৮তম তথা প্ৰথম আফ্ৰিকীয় মূলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। <ref name = “বায়”></ref><br/>
66 নং শাৰী:
==ব্যক্তিগত জীৱন==
বৰাক অ’বামা ১৯৯২ চনত মিচ্ছেল অ’বামা (আগতে ৰবিনচন)ৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওলোক মালিয়া (জন্ম ১৯৯৮) আৰু ছাছা (জন্ম ২০০১) নামেৰে দুগৰাকী দুহিতা আছে। <ref name = “ ইনফপ্লীজ”></ref>
[[File:Obama family portrait in the Green Room.jpg|thumb|upright=1.15|Obama posing in the [[Green Room (White House)|Green Room]] of the White House with wife Michelle and daughters Sasha and Malia in 2009]]
 
==নবেল বঁটা==
"আন্তঃৰাষ্ট্ৰীয় কূটনীতি আৰু সহযোগীতা সৱলীকৰণৰ ক্ষেত্ৰৰ অসামান্য অৱদান"ৰ বাবে বৰাক অ’বামাক ২০০৯ চনৰ [[শান্তিৰ নবেলন’বেল বঁটা]] প্ৰদান কৰা হয়।<ref name = “ ইনফপ্লীজ”></ref><ref name="NPP">{{cite web|url=http://nobelprize.org/nobel_prizes/peace/laureates/2009/|title=The Nobel Peace Prize 2009|publisher=Nobel Foundation|accessdate=October 9, 2009| archiveurl= https://web.archive.org/web/20091010170600/http://nobelprize.org/nobel_prizes/peace/laureates/2009/| archivedate= October 10, 2009 <!--DASHBot-->| deadurl= no}}</ref>
 
নৰৱেৰ[[নৰৱে]]ৰ ন'বেেল সমিতিয়ে [[:en:Norwegian Nobel Committee|(Norwegian Nobel Committee)]] ২০০৯ চনৰ ৯ অক্টোবৰ এই বঁটাৰ কথা ঘোষণা কৰাৰ সময়ত পৰামাণৱিক অবিস্তাৰ [[:en:nuclear nonproliferation|(nuclear nonproliferation)]] ৰ ক্ষেত্ৰত বাৰাকঅ'বামাৰ যোগদানৰ কথা উল্লেখ কৰে<ref name="bbc article on nobel win">{{cite news|url=http://news.bbc.co.uk/1/hi/world/europe/8298580.stm|title=Obama wins 2009 Nobel Peace Prize |date=October 9, 2009|publisher=BBC News Online|accessdate=October 9, 2009| archiveurl= https://web.archive.org/web/20091009100740/http://news.bbc.co.uk/1/hi/world/europe/8298580.stm| archivedate= October 9, 2009 <!--DASHBot-->| deadurl= no}}</ref>, আৰু লগতে তেখেতে আন্তাৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত নতুন ভাৱধাৰাৰ সূচনা কৰা বুলিও কয়<ref>{{cite news |url=http://www.nytimes.com/2009/10/10/world/10nobel.html |title=Barack Obama Wins Nobel Peace Prize |work=The New York Times |date=October 9, 2009|accessdate=October 9, 2009 | first1=Steven | last1=Erlanger| archiveurl= https://web.archive.org/web/20091012104602/http://www.nytimes.com/2009/10/10/world/10nobel.html| archivedate= October 12, 2009 <!--DASHBot-->| deadurl= no}}</ref><ref>{{cite news |url=http://www.saturdayeveningpost.com/2009/10/10/archives/retrospective/obama-wins-nobel-peace-prize.html |title=Obama Wins Nobel for Peace |work=[[The Saturday Evening Post]]|date=October 10, 2009|accessdate=November 5, 2009 | archiveurl= https://web.archive.org/web/20091113002914/http://www.saturdayeveningpost.com/2009/10/10/archives/retrospective/obama-wins-nobel-peace-prize.html| archivedate= November 13, 2009 <!--DASHBot-->| deadurl= no}}</ref>।
 
নবেলন’বেল সমিটিৰ এই সিদ্ধান্তত যুক্তৰাষ্ট্ৰৰ বুদ্ধিজীৱি আৰু লেখক সকলৰ লগতে সমগ্ৰ বিশ্বৰ চিন্তাবিদসকলে মিশ্ৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শণ কৰে।
 
২০০৯ চনৰ ১০ ডিচেম্বৰত, অচল'ত এটা ৩৬ মিনিটিয়া ভাষণেৰে অ'বামাই এই বটাঁ গ্ৰহণ কৰে। <ref>{{Cite news|last=Zeleny|first=Jeff|title=Accepting Peace Prize, Obama Evokes ‘Just War’|newspaper=New York Times|date=December 10, 2009|url=http://www.nytimes.com/2009/12/11/world/europe/11prexy.html| accessdate= December 10, 2009 <!--DASHBot-->| archiveurl= https://web.archive.org/web/20091216054923/http://www.nytimes.com/2009/12/11/world/europe/11prexy.html| archivedate= December 16, 2009| deadurl= no}}</ref>
Line 83 ⟶ 84:
== তথ্য সংগ্ৰহ==
{{Reflist}}
 
== অধিক পঢ়ক==
* Graff, Garrett. "[http://www.washingtonian.com/articles/mediapolitics/1836.html The Legend of Barack Obama]", ''Washingtonian'', November 1, 2006. Retrieved January 14, 2008.
* Koltun, Dave (2005) ''"The 2004 Illinois Senate Race: Obama Wins Open Seat and Becomes National Political "Star""'' in ''"The Road to Congress 2004"'' Editors: Sunil Ahuja ([[Youngstown State University]]) and Robert Dewhirst ([[Truman State University]]), [[Nova Publishers|Nova Science Publishers]], Hauppauge, New York, 2005, ISBN 1-59454-360-7
* Lizza, Ryan. "[http://www.gq.com/news-politics/newsmakers/200708/obama-barack-election-president Above the Fray]", ''GQ'', September 2007. Retrieved October 27, 2010.
* MacFarquhar, Larissa. "[http://www.newyorker.com/reporting/2007/05/07/070507fa_fact_macfarquhar The Conciliator: Where is Barack Obama Coming From?]", ''[[The New Yorker]]'', May 7, 2007. Retrieved January 14, 2008.
* McClelland, Edward, ''[http://www.bloomsburypress.com/books/catalog/young_mr_obama_hc_607 Young Mr. Obama: Chicago and the Making of a Black President]'', Bloomsbury Press, 2010.
* Zutter, Hank De. "[http://www.chicagoreader.com/obama/951208/ What Makes Obama Run?]", ''Chicago Reader'', December 8, 1995. Retrieved January 14, 2008.
 
==বাহ্যিক সংযোগ==
{{Spoken Wikipedia|Barack Obama.ogg|2012-04-24}}
{{Commonscat|Barack Obama|বাৰাক অবামা}}
<!--
Please keep this section brief and simple to navigate. Specific pages already referenced within the article should not be repeated here.
-->
'''আধিকাৰিক'''
* {{Official website|http://www.barackobama.com/}} (Personal)
* {{official website|http://www.whitehouse.gov/administration/president_obama/}} ''of President Barack Obama'' (White House)
<!--
Do not add YouTube, MySpace, Twitter et al. There are MANY and all are linked from the campaign site.
-->
 
'''অনান্য'''
* {{dmoz|Regional/North_America/United_States/Government/Executive_Branch/President/POTUS_Barack_Obama}}
* [http://articles.chicagotribune.com/keyword/barack-obama Collected news and commentary] at the ''[[Chicago Tribune]]''
* [http://www.politifact.com/personalities/barack-obama/ Collected news and commentary] at the ''Tampa Bay Times's'' [[PolitiFact.com]]
* [http://www.washingtonpost.com/2011/02/25/ABjfuEJ_category.html?blogId=fact-checker&tag=barack%20obama Collected news and commentary] at ''The Washington Post's'' Fact Checker blog
{{ভাল প্ৰবন্ধ}}
[[শ্ৰেণী:আমেৰিকাৰ বিখ্যাত ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]