বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ন’বেল বঁটা বিজয়ী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
51 নং শাৰী:
===২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু প্ৰথম কাৰ্যকাল===
২০০৭ চনত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ডেম’ক্ৰেটিক দলে তেওক ৰাষ্ট্ৰপদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। এই মনোনয়নৰ বাবে হোৱা ডেম’ক্ৰেটিক দলৰ অভ্যন্তৰীণ নিৰ্বাচনত তেও প্ৰাক্তন ৰাষ্ট্ৰপতি [বিল ক্লিণ্টন]]ৰ পত্নী হিলাৰী ৰ’ধাম ক্লিণ্টনক পৰাজিত কৰিছিল।<ref name ="মিলাৰ"></ref> পিছত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে ৰিপব্লিকান দলৰ প্ৰাৰ্থী জন মেক-কেইনক অনায়াসে পৰাস্ত কৰে। <ref>http://www.newsmax.com/InsideCover/obama-wins-presidency/2008/11/04/id/326407/</ref>
[[File:US President Barack Obama taking his Oath of Office - 2009Jan20.jpg|thumb|Barack Obama takes [[Oath of office of the President of the United States|the oath of office]] administered by [[‌:en:Chief Justice of the United States|Chiefমূখ্য Justiceন্যায়াধীশ]] [[:en:John Roberts|Johnজন Gজি‌. Robertsৰবাৰ্ট, Jr.(কনিষ্ঠ)]] atতত্বাৱধানত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা অৱস্থাত বাৰাক অ'বামা, [[:en:United States Capitol|theকংগ্ৰেছ Capitolসদনত]], January২০ 20জানুৱাৰী, 2009২০০৯|alt=Photograph]]
চিনেটৰ হিলাৰী ক্লিণ্টনে নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ অ’বামালৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়<ref name = “বায়”></ref>। সেই সময় আমেৰিকাৰ অৰ্থনীতি আৰু কুটনীতিৰ এক জটিল সময় আছিল। অ’বামাৰ নিৰ্বাচনী প্ৰচাৰৰ মূল এজেণ্ডা আছিল, অৰ্থনৈতিক সংষ্কাৰ, বিকল্প শক্তি, আৰু শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ আমূল পৰিবৰ্তন, লগতে ৰাষ্ট্ৰীৰ ঋণ হ্ৰাস কৰা। এই নিৰ্বাচনত অ’বামাই ৫২.৯% শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ৰিপাব্লিকান প্ৰাৰ্থী জন মেক-কেইনে ৪৫.৭% ভোট পায়। অ’বামাৰ সহকৰ্মী ডেলাৱেৰৰ চিনেটৰ জ’ বিডেনক উপ-ৰাষ্ট্ৰপতি মনোনীত কৰা হয়। <ref name = “বায়”></ref><br />
২০০৯ চনৰ ২০ জানুৱাৰীত অবামাই আমেৰিকা ৮৮তম তথা প্ৰথম আফ্ৰিকীয় মূলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। <ref name = “বায়”></ref><br/>