ৱেষ্ট ইণ্ডিজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
ৱেষ্ট ইণ্ডিজ [[কেৰিবিয়ান]] আৰু উত্তৰ [[আট্লান্টিক মহাসাগৰ]]ৰ এটি অঞ্চল যিয়ে [[আন্টিলেচৰ দ্বীপ]] আৰু [[লুকায়ান]]ক সামৰে।<ref>{{cite book |last=Caldecott |first=Alfred |year=1898 |title=The Church in the West Indies |url=http://books.google.com/books?id=kMUSAAAAYAAJ&pg=PA11 |page=11 |location=London |publisher=[[Frank Cass and Co.]] |accessdate=12 December 2013}}</ref> [[খ্ৰিষ্টফাৰ কলম্বাচ]]ৰ [[আমেৰিকা (মহাদেশ)|আমেৰিকা]]লৈ প্ৰথম যাত্ৰাৰ পিছত, [[ইউৰোপ|ইউৰোপীয়]] সকলে "ৱেষ্ট ইণ্ডিজ" ৱ্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ ([[দক্ষিণ এচিয়া]] আৰু [[দক্ষিণ-পূব এচিয়া]])ৰ পৰা পৃথক কৰিবলৈ।
 
১৭-১৯ শতিকালৈকে ৱেষ্ট ইণ্ডিজ ইউৰোপীয় ঔপনিৱেসিক অঞ্চল আছিল [[ব্ৰিটিছ ৱেষ্ট ইণ্ডিজ]], [[ডেনিচ ৱেষ্ট ইণ্ডিজ]], [[ফৰাচী ৱেষ্ট ইণ্ডিজ]] আৰিআৰু [[স্পেনীয় ৱেষ্ট ইণ্ডিজ।ইণ্ডিজ]]।
 
১৯১৬ত [[ডেনমাৰ্ক|ডেনমাৰ্কে]] ডেনিচ ৱেষ্ট ইণ্ডিজ [[আমেৰিকা যুক্তৰাষ্ট্ৰকযুক্তৰাষ্ট্ৰ]]ক বিক্ৰি কৰে। ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক জলবেষ্টিত এলেকা হ'ল, আৰু ইয়াক 'ইউনাইটেড ষ্টেট্চ্ ভাৰ্জিন আইলেণ্ড্স' বা [[আমেৰিকা যুক্তৰাষ্ট্ৰ কুমাৰী দ্বীপ]] নাম দিয়া হ'ল।
 
১৯৫৮ আৰু ১৯৬২ত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিটিছ কুমাৰী দ্বীপ, [[বাহামাচ]], [[ব্ৰিটিছ হণ্ডুৰাচ]] আৰু [[ব্ৰিটিছ গুয়ানাৰগুয়ানা]]ৰ বাহিৰে নিজৰ ৱেষ্ট ইণ্ডিজ অঞ্চলসমূহক ৱেষ্ট ইণ্ডিজ সংঘত অন্তৰ্ভুক্ত কৰে। তেওঁলোকে আশা কৰিছিলে যে সংঘটো সমবেত হ'ব এক স্বাধীন ৰাষ্ট্ৰৰ ৰূপত। পিছে সংঘটোৰ শক্তি কম আছিলে, বিভিন্ন প্ৰয়োগিক সমস্যা আৰু জনপ্ৰিয় সহাৰিৰ অভাব, ই ব্ৰিটিছসকলৰ দ্বাৰা ১৯৬৩ত দ্ৰৱীভূত হ'ল, ৯টা অঞ্চল স্বাধীন হ'ল আৰু ৪টা ব্ৰিটিছ বৈদেশিক অঞ্চল হ'ল।
 
''ৱেষ্ট ইণ্ডিজ'' বা ''ৱেষ্ট ইণ্ডিয়া'' ১৭-১৮ শতিকাৰ বিভিন্ন চনদপ্ৰাপ্ত কোম্পানীৰ সমনাম আছিল, ডেনিচ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ডাট্চ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ফৰাচী ৱেষ্ট ইণ্ডিয়া কোম্পানী আৰু স্বেদিচ ৱেষ্ট ইণ্ডিয়া কোম্পানীক সামৰি।