"গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2,401 বাইট যোগ দিয়া হ’ল ,  7 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(পৃষ্ঠা গিনিছ বুক অব্ ৰেকর্ডছৰ পৰা গিনিছ ৱৰ্ল্ড ৰেকর্ডছলৈ Bishnu Saikiaয়ে স্থানান্তৰ কৰিলে)
{{বিস্তাৰ}}
বিশ্বৰ বিভিন্ন আশ্চর্যকৰ, ৰোমাঞ্চকৰ অভিলেখ সন্নিৱিষ্ট বিশ্ববিখ্যাত [[গ্ৰন্থ]] । [[ইংলেণ্ড]]ৰ প্ৰখ্যাত প্ৰকাশন সংস্থা 'গিনিছ পাব্লিছিং লিমিটেড'ৰ পৰিচালন সঞ্চালক ছাৰ হিউ বিভাৰৰ (Sir Hugh Beaver) উদ্যোগত ১৯৫৫ চনৰ আগষ্ট মাহত ১৯৭ পৃষ্ঠাৰে কিতাপখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয় । আচৰিতভাৱে সেই বছৰৰে [[বৰদিন]]ৰ সময়লৈ এই কিতাপখনে সর্বাধিক বিক্ৰী গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰে, সেয়াই আৰম্ভণি । তেতিয়াৰে পৰা কিতাপখন প্ৰতি বছৰে নতুন নতুন আচহুৱা যেন লগা অভিলেখসূচক তথ্যৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ হৈ আহিছে আৰু আচৰিতভাৱে প্ৰতিবছৰে কিতাপখনে সর্বাধিক বিক্ৰীৰ গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰিছে, - যিটো এক ৰেকর্ড । অৱশ্যে ১৯৫৭ আৰু ১৯৫৮ চনৰ বছৰ দুটাত কিতাপখন প্ৰকাশ হোৱা নাছিল ।
{{Refimprove}}
{{Infobox book
| name = গিনিছ ৱৰ্ল্ড ৰেকর্ডছ
| author=[[Craig Glenday]] (ed.)<ref name=Corporate>{{cite web|url=http://www.guinnessworldrecords.com/corporate/about_us_5.aspx|title=Corporate|publisher=Guinness World Records|accessdate=19 October 2010}}{{dead link|date=February 2012}}</ref>
| image = Guinness World Records logo.png
| caption = The ''Guinness World Records'' logo
| cover_artist = Simon Jones
| language = <!-- Please DO NOT add links to the xxxxx language articles, which add nothing to readers' understanding to the subject -->English, Arabic, Filipino, Portuguese, Mandarin Chinese, Croatian, Czech, Danish, Dutch, Estonian, Finnish, French, German, Greek, Hebrew, Hungarian, Icelandic, Italian, Japanese, Korean, Latvian, Norwegian, Polish, Russian, Slovene, Slovak, Spanish, Swedish, Turkish and Bulgarian
| subject = World Records
| genre = Reference
| publisher=[[Jim Pattison Group]]
| pub_date = 1955–present
| english_pub_date =
| media_type =
| oclco =
}}
'''গিনিছ ৱৰ্ল্ড ৰেকর্ডছ'''({{lang-en|Guinness World Records}}) পূৰ্বৰ নাম গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ (২০০০ চনলৈকে) বিশ্বৰ বিভিন্ন আশ্চর্যকৰ, ৰোমাঞ্চকৰ অভিলেখ সন্নিৱিষ্ট বছৰেকীয়া ভাৱে প্ৰকাশিত বিশ্ববিখ্যাত [[গ্ৰন্থ]] [[ইংলেণ্ড]]ৰ প্ৰখ্যাত প্ৰকাশন সংস্থা 'গিনিছ পাব্লিছিং লিমিটেড'ৰ পৰিচালন সঞ্চালক ছাৰ হিউ বিভাৰৰ (Sir Hugh Beaver) উদ্যোগত ১৯৫৫ চনৰ আগষ্ট মাহত ১৯৭ পৃষ্ঠাৰে কিতাপখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয় । আচৰিতভাৱে সেই বছৰৰে [[বৰদিন]]ৰ সময়লৈ এই কিতাপখনে সর্বাধিক বিক্ৰী গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰে, সেয়াই আৰম্ভণি । তেতিয়াৰে পৰা কিতাপখন প্ৰতি বছৰে নতুন নতুন আচহুৱা যেন লগা অভিলেখসূচক তথ্যৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ হৈ আহিছে আৰু আচৰিতভাৱে প্ৰতিবছৰে কিতাপখনে সর্বাধিক বিক্ৰীৰ গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰিছে, - যিটো এক ৰেকর্ড {{Cn}}। অৱশ্যে ১৯৫৭ আৰু ১৯৫৮ চনৰ বছৰ দুটাত কিতাপখন প্ৰকাশ হোৱা নাছিল ।
 
বর্তমান প্ৰতিবছৰে ৩৫ টাতকৈ অধিক ভাষাত এই কিতাপখন প্ৰকাশ হয় । সর্বাধিক বিক্ৰী ৰেকর্ডৰ বাবে ১৯৭৪ চনৰ পৰা কিতাপখনৰ 'সর্বাধিক বিক্ৰীৰ গ্ৰন্থ' (Best-Selling) শিতানত ইয়াৰ নিজৰ নামো সংযোজিত হৈছে {{Cn}}। প্ৰকাশনৰ ইতিহাসত আজি এইখন কিতাপ পৰম বিস্ময় । জনপ্ৰিয়তাৰ দিশৰ পৰা এইখন কিতাপে যে কিমান বৈশিষ্ট্য লাভ কৰিছে তাৰ প্ৰমাণ পোৱা যায় ইয়াৰ মুদ্ৰণ সংখ্যাৰ পৰা। ইয়াৰ প্ৰতিটো সংখ্যাই প্ৰায় ৬০ নিযুত বিক্ৰী হয় আৰু প্ৰতিটো সংখ্যাৰে বিক্ৰী সর্বাধিক । এইখিনি একেলগে ১৬৮ টা থাকত থিয় কৰালে প্ৰতিটো থাকৰ উচ্চতা হ'বগৈ পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ [[মাউণ্ট এভাৰেষ্ট]]তকৈও (উচ্চতা ৮,৮৭২ মিটাৰ; ২৯,১১৮ ফুট বেছি ! এই মুদ্ৰণ সংখ্যাৰ পৰাই কিতাপখনৰ অসামান্য চাহিদা সহজে অনুমান কৰিব পাৰি {{Cn}}
 
==গ্ৰন্থ বিৱৰণ==
[[পৃথিৱী]]ৰ আটাইতকৈ শকত মানুহজনৰ নাম কি, কোন মহিলাৰ মূৰৰ চুলি আটাইতকৈ দীঘল, বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো ক'ত আছে - কিমান মানুহ ধৰে সেইটো ষ্টেডিয়ামত, মূৰত গাখীৰৰ বটল লৈ খোজকাঢ়ি কোনে বিশ্বৰেকর্ড কৰিছে, কোনে খাইছিল দহখন চাইকেল, সাতবাৰ বজ্ৰপাত পৰিও বাচি আছে কোন, মুখেৰে ৰছী টানি কোনে উৰাজাহাজ এখনো চোঁচৰাই নিব পাৰে ইত্যাদি অনেক অদ্ভুত যেন লগা আশ্চর্যকৰ ৰেকর্ডৰ বাতৰি এইখন কিতাপৰ পাতে পাতে । ইয়াৰ প্ৰতিটো সংস্কৰণ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰেকর্ডৰ পুংখানুপুংখ তথা নিখুঁত বিৱৰণ আৰু সুন্দৰ সুন্দৰ মনোমোহা ছবিৰে ভৰপূৰ । গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে দেখিবলৈ পোৱা যায় বিশ্বৰ শ্ৰেষ্ঠ চমক লগোৱা ঘটনা আৰু কীর্তিসমূহৰ শেহতীয়া নির্ভুল সংবাদ । কিতাপখন পঢ়িলে ভাব হয় এই মুহূর্ততেই যেন পৃথিৱীৰ কোনো প্ৰান্তত ঘটিছে এটাৰ পিচত এটা বিস্ময়কৰ ঘটনা, অবিশ্বাস্য ৰেকর্ডৰেকৰ্ড । হিন্দী, বাংলাকে ধৰি একাধিক ভাৰতীয় ভাষাতো গিনিছ বুকৰ অনূদিত সংস্কৰণ প্ৰকাশ হৈছে ।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
{{Commons category|Guinness World Records|গিনিছ ৱৰ্ল্ড ৰেকর্ডছ}}
* [http://www.guinnessworldrecords.com/ Guinness World Records] (the official website)
* [http://corporate.guinnessworldrecords.com/ Guinness World Records Corporate] (corporate website)
* [http://gamers.guinnessworldrecords.com/ Guinness World Records Gamer's Edition] (the official Gamer's Edition website)
* [http://www.guinnessworldrecords.com/business-solutions/ Guinness World Records Business Solutions Page]
* [https://www.facebook.com/guinnessworldrecords Guinness World Records Facebook page]
* [https://www.twitter.com/gwrnews Guinness World Records on Twitter]
* [http://www.jimpattison.com/ The Jim Pattison Group] (parent company)
* [http://www.guinnessattractions.com/ Guinness World Attractions] (the official Museums website)
 
[[শ্ৰেণী:গ্ৰন্থ]]
29,716

টা সম্পাদনা