১২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰ...
 
No edit summary
1 নং শাৰী:
'''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৬ তম ([[অধিবৰ্ষ]]ত ৩৪৭ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
* ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা [[অসমত ৰাষ্ট্ৰপতি শাসন]] প্ৰৱৰ্তন হয়।
* ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।