১৫ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''১৫ ডিচেম্বৰ''' {{enwiki|15 December}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰ...
 
পৃষ্ঠাটো খালী কৰা হ'ল
1 নং শাৰী:
'''১৫ ডিচেম্বৰ''' {{enwiki|15 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৯ তম ([[অধিবৰ্ষ]]ত ৩৫০ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –
 
==ঘটনাৰাজী==
# যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে নেৰ'গজ ৰেলসেৱাৰ অধীনত ১৮৮৪ চনৰ আজিৰ দিনটোৰে পৰা পৰা মালবাহী ৰেলৰ চলাচল আৰম্ভ হয় ।
# নাট্যকাৰ -আভিনেতা [[দুৰ্গেশ্বৰ বৰঠাকুৰ]]ৰ জন্ম হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
# ১০২৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ কৰে ।
# ফৰাচী পদাৰ্থবিদ, তেজস্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক [[এণ্টোইন হেনৰী বেকাৰেল]]ৰ জন্ম হয় ১৮৫২ চনৰ আজিৰ দিনটোতে ।
# ১৮৬০ চনৰ আজিৰ দিনটোতে চিকিৎসা-বিজ্ঞানত ফটো থেৰাপীৰ আৱিষ্কাৰক [[নীলছ ৰাইচবাৰ্গ]]ৰ জন্ম হয় । ১৯০৩ চনৰ আজিৰ দিনটো তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
# পৃথিৱীৰ ১১৭ খন দেশৰ[ [[গেট চুক্তি]]ত (GATT- General Agreement of Tarriffs and Trade) স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান কৰে ১৯৯৩ চনৰ আজিৰ দিনটোতে।
 
== বাহ্যিক সংযোগ ==
{{commons|Category:15 December|১৫ ডিচেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/december/15 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
* {{NYT On this day|month=12|day=15}}
 
{{Months}}
[[শ্ৰেণী:ডিচেম্বৰ]]