ৰসায়ন বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 176 interwiki links, now provided by Wikidata on d:q2329 (translate me)
No edit summary
1 নং শাৰী:
{{science stub}}
 
'''ৰসায়ন বিজ্ঞান''' হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত [[পদাৰ্থ]]ৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘ্টা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয় । বহলকৈ ইয়াক [[জৈৱ ৰসায়ন]], [[অজৈৱ ৰসায়ন]] আৰু [[ভৌত ৰসায়ন]] এই তিনি ভাগত ভগাব পাৰি । [[ৰবাৰ্ট বয়ল]] নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিছাপে প্ৰতিষ্ঠা কৰাত প্ৰভূত অৰিহণা যোগায় যদিও [[এণ্টন লেভয়ছিয়াৰ]]কহে '''আধুনিক ৰসায়নৰ পিতা''' বুলি অভিহিত কৰা হয় ।হয়।
[[চিত্ৰ:Explained Atom.svg|right|thumb|300px|]]
ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।
 
'''ৰসায়ন বিজ্ঞান''' হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত [[পদাৰ্থ]]ৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘ্টা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয় । বহলকৈ ইয়াক [[জৈৱ ৰসায়ন]], [[অজৈৱ ৰসায়ন]] আৰু [[ভৌত ৰসায়ন]] এই তিনি ভাগত ভগাব পাৰি । [[ৰবাৰ্ট বয়ল]] নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিছাপে প্ৰতিষ্ঠা কৰাত প্ৰভূত অৰিহণা যোগায় যদিও [[এণ্টন লেভয়ছিয়াৰ]]কহে '''আধুনিক ৰসায়নৰ পিতা''' বুলি অভিহিত কৰা হয় ।
 
{{science stub}}
 
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]