ৱিকিপিডিয়া:প্ৰবন্ধ কি?: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q3891539 (translate me)
37 নং শাৰী:
প্ৰবন্ধৰ নামাকৰণৰ বিষয়ে জানিবলৈ [[:en:Wikipedia:Naming conventions|ৱিকিপিডিয়া:নামাকৰণ নীতি]] চাওক আৰু [[:en:Wikipedia:Administrator|প্ৰশাসক]] বা নিৰ্দিষ্ট সদস্যইহে সম্পাদনা কৰিব পৰা পৃষ্ঠাসমূহৰ তালিকাৰ বাবে [[বিশেষ:ProtectedPages|বিশেষ:সুৰক্ষিত পৃষ্ঠাসমূহ]] চাওক।
 
এটা ৱিকিপিডিয়া প্ৰবন্ধ হৈছে বিশ্বকোষত থাকিবৰ উপযোগী তথ্যসমৃদ্ধ এখন পৃষ্ঠা। ৱিকিপিডিয়াৰ সকলো প্ৰবন্ধৰ তালিকাৰ বাবে বিশেষ:সকলোবোৰ পৃষ্ঠা চাওক আৰু ৱিকিপিডিয়াৰ বিষয়ে তথ্য আৰু পৰিসংখ্যাৰ বাবে ৱিকিপিডিয়া:পৰিসংখ্যা চাওক। "প্ৰবন্ধ"সমূহ ৱিকিপিডিয়া পৃষ্ঠাৰ মূল নামস্থানৰ অন্তৰ্গত ("প্ৰবন্ধ নামস্থান" বুলিও কোৱা হয়। ইয়াত আন কামৰ বাবে ব্যৱহৃত তলত উল্লেখ কৰা নামস্থানসমূহৰ পৃষ্ঠা নাথাকে।
==প্ৰবন্ধৰ মানদণ্ড==
 
প্ৰবন্ধৰ মানদণ্ড ভিন ভিন হ'ব পাৰে, [[:en:WP:VGA|খুব ভাল প্ৰবন্ধ]]ৰ পৰা [[:en:WP:QD|বিলোপনযোগ্য প্ৰবন্ধ]]লৈকে। কিছুমান প্ৰবন্ধ বৰ দীঘল য'ত বহু তথ্য থাকে আৰু কিছুমান অতি চুটি (সম্ভৱ [[:en:Wikipedia:Stub|পোখালি]]) আৰু কম মানদণ্ডৰ।
ৱিকিপিডিয়া নামস্থান য'ত ৱিকিপিডিয়া সম্পৰ্কীয় পৃষ্ঠা বা প্ৰকল্প পৃষ্ঠা থাকে (যেনে- ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা আৰু তাৰ আলোচনা পৃষ্ঠা ৱিকিপিডিয়া বাৰ্তা:ৰাইজৰ চ'ৰা);
বাৰ্তা নামস্থান য'ত পৃষ্ঠাখনৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হয় (যেনে- বাৰ্তা:ভূপেন হাজৰিকা);
বিশেষ নামস্থান য'ত আৱশ্যক হ'লে পৃষ্ঠাবোৰ ছফ্টৱেৰে সৃষ্টি কৰে (ৱিকিপিডিয়া:বিশেষ পৃষ্ঠাসমূহ চাওক);
সদস্য নামস্থান যাৰ পৃষ্ঠাবোৰ ৱিকিপিডিয়াৰ লেখকসকলে ব্যৱহাৰ কৰে (যেনে- সদস্য:Bishnu Saikia)
চিত্ৰ নামস্থান যি ছবিৰ বৰ্ণনাৰ বাবে ব্যৱহৃত হয় (যেনে- চিত্ৰ:Mamoni_raysam.jpg)
মিডিয়াৱিকি নামস্থান যি ৱিকিপিডিয়াৰ ভিতৰে বাহিৰে চমু পথ বা টেক্স‌ট ষ্ট্ৰীং দেখুৱাবলৈ ব্যৱহাৰ কৰা হয় (যেনে- MediaWiki:Disclaimers)
 
কিন্তু প্ৰবন্ধ নামস্থানত থকা সকলো পৃষ্ঠাকে প্ৰবন্ধ বুলি গণ্য কৰা নহয়; তাৰে কিছুমান হৈছে:
 
বেটুপাত;
ৱিকি-পৰিসংখ্যাৰ বাবে অতিমাত্ৰা চুটি বা সৰল পৃষ্ঠাক প্ৰবন্ধ বুলি ধৰা নহয়। এই মাপকাঠী সময়ে সময়ে সলনি হ'ব পাৰে।
শ শ দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা যিবোৰ নামাকৰণৰ খেলিমেলি আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়;
শ শ পুনঃনিৰ্দেশ যিবোৰ এখন পৃষ্ঠাৰ পৰা আন এখন পৃষ্ঠালৈ নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
বিশেষ:পৰিসংখ্যাৰ ছফ্ট্‌ৱেৰে স্বয়ংক্ৰিয়ভাৱে ব্যৱহাৰ কৰা সংজ্ঞাটো হৈছে: প্ৰবন্ধ নামস্থানত থকা কোনো পৃষ্ঠা, যি পুনঃনিৰ্দেশ পৃষ্ঠা নহয় আৰু য'ত অতিকমেও এটা ৱিকি সংযোগ থাকে। পৰিসংখ্যা ছফ্ট্‌ৱেৰটোত দ্বৰ্থতা দূৰীকৰণ পৃষ্ঠাসমূহ ধৰা পেলাবলৈ বৰ্তমান কোনো ব্যৱস্থা নাই, ই পোখালিসমূহকো অমান্য নকৰে (কেতিয়াবা ষ্টাব্‌ বুলি চিহ্নিত কৰা পৃষ্ঠা এখনো তথ্যপূৰ্ণ হ'ব পাৰে), লগতে পোখালি তালিকাকো (কম সমল থকা বা একেবাৰে নথকা সাঁচৰ তালিকা)"।
 
প্ৰবন্ধৰ নামাকৰণৰ বিষয়ে জানিবলৈ ৱিকিপিডিয়া:নামাকৰণ নীতি চাওক আৰু প্ৰশাসক বা নিৰ্দিষ্ট সদস্যইহে সম্পাদনা কৰিব পৰা পৃষ্ঠাসমূহৰ তালিকাৰ বাবে বিশেষ:সুৰক্ষিত পৃষ্ঠাসমূহ চাওক।
==প্ৰবন্ধৰ মানদণ্ড==
 
প্ৰবন্ধৰ মানদণ্ড ভিন ভিন হ'ব পাৰে, [[:en:WP:VGA|খুব ভাল প্ৰবন্ধ]]ৰপ্ৰবন্ধৰ পৰা [[:en:WP:QD|বিলোপনযোগ্য প্ৰবন্ধ]]লৈকে। প্ৰবন্ধলৈকে। কিছুমান প্ৰবন্ধ বৰ দীঘল য'ত বহু তথ্য থাকে আৰু কিছুমান অতি চুটি (সম্ভৱ [[:en:Wikipedia:Stub|পোখালি]]) আৰু কম মানদণ্ডৰ।
অতিৰিক্ত তথ্য
 
Special:পৰিসংখ্যা - প্ৰবন্ধৰ সাম্প্ৰতিক সংখ্যা
Subpages
== আন ৱেবচাইট ==
অধিক বিস্তাৰিত (কিন্তু সাম্প্ৰতিক নহয়) পৰিসংখ্যা
 
==অতিৰিক্ত তথ্য==