"ৱিকিপিডিয়া:প্ৰবন্ধ কি?"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5,602 বাইট বিলোপ কৰা হ’ল ,  5 বছৰৰ পূৰ্বে
93.217.129.108 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Legobotয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নি...
(93.217.129.108 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Legobotয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নি...)
প্ৰবন্ধৰ নামাকৰণৰ বিষয়ে জানিবলৈ [[:en:Wikipedia:Naming conventions|ৱিকিপিডিয়া:নামাকৰণ নীতি]] চাওক আৰু [[:en:Wikipedia:Administrator|প্ৰশাসক]] বা নিৰ্দিষ্ট সদস্যইহে সম্পাদনা কৰিব পৰা পৃষ্ঠাসমূহৰ তালিকাৰ বাবে [[বিশেষ:ProtectedPages|বিশেষ:সুৰক্ষিত পৃষ্ঠাসমূহ]] চাওক।
 
==প্ৰবন্ধৰ মানদণ্ড==
এটা ৱিকিপিডিয়া প্ৰবন্ধ হৈছে বিশ্বকোষত থাকিবৰ উপযোগী তথ্যসমৃদ্ধ এখন পৃষ্ঠা। ৱিকিপিডিয়াৰ সকলো প্ৰবন্ধৰ তালিকাৰ বাবে বিশেষ:সকলোবোৰ পৃষ্ঠা চাওক আৰু ৱিকিপিডিয়াৰ বিষয়ে তথ্য আৰু পৰিসংখ্যাৰ বাবে ৱিকিপিডিয়া:পৰিসংখ্যা চাওক। "প্ৰবন্ধ"সমূহ ৱিকিপিডিয়া পৃষ্ঠাৰ মূল নামস্থানৰ অন্তৰ্গত ("প্ৰবন্ধ নামস্থান" বুলিও কোৱা হয়। ইয়াত আন কামৰ বাবে ব্যৱহৃত তলত উল্লেখ কৰা নামস্থানসমূহৰ পৃষ্ঠা নাথাকে।
প্ৰবন্ধৰ মানদণ্ড ভিন ভিন হ'ব পাৰে, [[:en:WP:VGA|খুব ভাল প্ৰবন্ধৰপ্ৰবন্ধ]]ৰ পৰা [[:en:WP:QD|বিলোপনযোগ্য প্ৰবন্ধলৈকে।প্ৰবন্ধ]]লৈকে। কিছুমান প্ৰবন্ধ বৰ দীঘল য'ত বহু তথ্য থাকে আৰু কিছুমান অতি চুটি (সম্ভৱ [[:en:Wikipedia:Stub|পোখালি]]) আৰু কম মানদণ্ডৰ।
 
ৱিকিপিডিয়া নামস্থান য'ত ৱিকিপিডিয়া সম্পৰ্কীয় পৃষ্ঠা বা প্ৰকল্প পৃষ্ঠা থাকে (যেনে- ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা আৰু তাৰ আলোচনা পৃষ্ঠা ৱিকিপিডিয়া বাৰ্তা:ৰাইজৰ চ'ৰা);
বাৰ্তা নামস্থান য'ত পৃষ্ঠাখনৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হয় (যেনে- বাৰ্তা:ভূপেন হাজৰিকা);
বিশেষ নামস্থান য'ত আৱশ্যক হ'লে পৃষ্ঠাবোৰ ছফ্টৱেৰে সৃষ্টি কৰে (ৱিকিপিডিয়া:বিশেষ পৃষ্ঠাসমূহ চাওক);
সদস্য নামস্থান যাৰ পৃষ্ঠাবোৰ ৱিকিপিডিয়াৰ লেখকসকলে ব্যৱহাৰ কৰে (যেনে- সদস্য:Bishnu Saikia)
চিত্ৰ নামস্থান যি ছবিৰ বৰ্ণনাৰ বাবে ব্যৱহৃত হয় (যেনে- চিত্ৰ:Mamoni_raysam.jpg)
মিডিয়াৱিকি নামস্থান যি ৱিকিপিডিয়াৰ ভিতৰে বাহিৰে চমু পথ বা টেক্স‌ট ষ্ট্ৰীং দেখুৱাবলৈ ব্যৱহাৰ কৰা হয় (যেনে- MediaWiki:Disclaimers)
 
কিন্তু প্ৰবন্ধ নামস্থানত থকা সকলো পৃষ্ঠাকে প্ৰবন্ধ বুলি গণ্য কৰা নহয়; তাৰে কিছুমান হৈছে:
 
বেটুপাত;
ৱিকি-পৰিসংখ্যাৰ বাবে অতিমাত্ৰা চুটি বা সৰল পৃষ্ঠাক প্ৰবন্ধ বুলি ধৰা নহয়। এই মাপকাঠী সময়ে সময়ে সলনি হ'ব পাৰে।
শ শ দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা যিবোৰ নামাকৰণৰ খেলিমেলি আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়;
শ শ পুনঃনিৰ্দেশ যিবোৰ এখন পৃষ্ঠাৰ পৰা আন এখন পৃষ্ঠালৈ নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
বিশেষ:পৰিসংখ্যাৰ ছফ্ট্‌ৱেৰে স্বয়ংক্ৰিয়ভাৱে ব্যৱহাৰ কৰা সংজ্ঞাটো হৈছে: প্ৰবন্ধ নামস্থানত থকা কোনো পৃষ্ঠা, যি পুনঃনিৰ্দেশ পৃষ্ঠা নহয় আৰু য'ত অতিকমেও এটা ৱিকি সংযোগ থাকে। পৰিসংখ্যা ছফ্ট্‌ৱেৰটোত দ্বৰ্থতা দূৰীকৰণ পৃষ্ঠাসমূহ ধৰা পেলাবলৈ বৰ্তমান কোনো ব্যৱস্থা নাই, ই পোখালিসমূহকো অমান্য নকৰে (কেতিয়াবা ষ্টাব্‌ বুলি চিহ্নিত কৰা পৃষ্ঠা এখনো তথ্যপূৰ্ণ হ'ব পাৰে), লগতে পোখালি তালিকাকো (কম সমল থকা বা একেবাৰে নথকা সাঁচৰ তালিকা)"।
 
প্ৰবন্ধৰ নামাকৰণৰ বিষয়ে জানিবলৈ ৱিকিপিডিয়া:নামাকৰণ নীতি চাওক আৰু প্ৰশাসক বা নিৰ্দিষ্ট সদস্যইহে সম্পাদনা কৰিব পৰা পৃষ্ঠাসমূহৰ তালিকাৰ বাবে বিশেষ:সুৰক্ষিত পৃষ্ঠাসমূহ চাওক।
প্ৰবন্ধৰ মানদণ্ড
 
প্ৰবন্ধৰ মানদণ্ড ভিন ভিন হ'ব পাৰে, খুব ভাল প্ৰবন্ধৰ পৰা বিলোপনযোগ্য প্ৰবন্ধলৈকে। কিছুমান প্ৰবন্ধ বৰ দীঘল য'ত বহু তথ্য থাকে আৰু কিছুমান অতি চুটি (সম্ভৱ পোখালি) আৰু কম মানদণ্ডৰ।
অতিৰিক্ত তথ্য
 
Special:পৰিসংখ্যা - প্ৰবন্ধৰ সাম্প্ৰতিক সংখ্যা
Subpages
== আন ৱেবচাইট ==
অধিক বিস্তাৰিত (কিন্তু সাম্প্ৰতিক নহয়) পৰিসংখ্যা
 
==অতিৰিক্ত তথ্য==