ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ
" নীলা খামৰ চিঠি " গোটৰ নিয়মাৱলীসমূহ''
অ (সত্যজিত কাকতি (কথা-বতৰা)ৰ সম্পাদনাসমূহ MerlIwBotয...) |
Bitu Borah (আলোচনা | বৰঙণি) অ (" নীলা খামৰ চিঠি " গোটৰ নিয়মাৱলীসমূহ'') |
||
যদি আপুনি কোনো প্ৰবন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰবন্ধটোৰ '''[[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]]''' পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।
" নীলা খামৰ চিঠি " গোটৰ নিয়মাৱলীসমূহ''
সন্মানীয় সদস্য-সদস্যা সকল... . . . .
"নীলা খামৰ চিঠি" লৈ আপোনাক স্বাগতম জনাইছো॥
আপোনাৰ স্বৰচিত লেখাসমূহ আমাৰ অফিচিয়েল ফেচবুক পেজ "নীলা খামৰ চিঠি" ত প্ৰকাশ (প'ষ্ট) কৰাৰ দিহা কৰা হৈছে॥
পেজৰ ঠিকনা-
https://www.facebook.com/pages/%E0%A6%A8%E0%A7%80%E0%A6%B2%E0%A6%BE-%E0%A6%96%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF/591240837678087
' নীলা খামৰ চিঠি ' অসমীয়া ফেচবুকৰ
আটাইতকৈ বেছি জনপ্ৰিয় গোট হিচাপে
ক্ৰমশঃ আগুৱাই গৈছে ।
আমাৰ এই গোটৰ মাজত অসমীয়া সমাজ জীৱনৰ কেইবাগৰাকীও গণ্য-মান্য সন্মানীয়
ব্যক্তি আছে আৰু এই গোটৰ বহুতো সদস্যই
হৈছে শিক্ষিত ।
গতিকে এগৰাকী দায়িত্বশীল সদস্য
হিচাপে গোটৰ সন্মান লাঘৱ হ’ব পৰা Post অথবা মতামত দিয়াৰ পৰা বিৰত
থাকক । অযথা post অথবা মন্তব্য নিদিব ।
. . . . গোট এটাত লক্ষ্য, উদ্দেশ্য আৰু
নিয়মাৱলী নাথাকিলে গোটটি উদং
উদং লাগে।
যদিও " নীলা খামৰ চিঠি"
এটা ৰোমাণ্টিক প্ৰেমৰ কবিতা, গল্প, কাহিনী আদিৰ গোট l
তথাপিও কিছুমান নিয়মাৱলী আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ আগবাঢ়িছো ।
গোটৰ সকলো সদস্য- সদস্যাই নিয়মবোৰ পালন কৰাতো বাধ্যতামূলক ।
1) " নীলা খামৰ চিঠি " গোটৰ মূলমন্ত্ৰ...
“জীৱনটো প্ৰেমেৰে ৰঙীন কৰক”
........আগত ৰাখিহে সকলো সদস্যই
পোষ্টসমূহ আগবঢ়াব ।
2) Add Me, Tnx 4 acpt, Thnx 4 adding me..... আদি পোষ্টেৰে 'নীলা খামৰ চিঠি' ৰ
মজিয়া অশুৱনি নকৰে যেন ।
তেনেধৰণৰ পোষ্ট ম'চি দিবলৈ প্ৰশাসক বাধ্য ।
3) অন্য গোটৰ বিষয়ে কটু মন্তব্য, সমালোচনা, বিজ্ঞাপণদিয়া বা প্ৰচাৰ চলোৱাটো অবাঞ্ছনীয় |
4) অন্য যিকোনো গোটৰ প'ষ্ট বা যিকোনো অফিচিয়েল পেজৰ প'ষ্ট এই গোটত SHARE কৰিব নোৱাৰিব ।
5) ৰোমাণ্টিক প্ৰেমৰ কবিতা , গল্প , কাহিনী , শিক্ষামূলক সমন্ধীয় পোষ্টৰ বাহিৰে অইনপোষ্ট
গ্ৰহণযোগ্য নহ’ব |
বিশেষকৈ অদৰকাৰী ফটো আৰু প্ৰশ্নসূচক
পোষ্ট দিয়াৰপৰা আঁতৰত থাকিব ।
6) ১৮ + বুলি কোনো ধৰণৰ পোষ্ট গ্ৰাহ্য
নহ'ব । সকলো পোষ্টেই যাতে পুৰুষ–মহিলা, ডেকা-বুঢ়া সকলোৱে আনন্দ ল’ব পাৰে তেনে পোষ্টহে গ্ৰাহ্য হ’ব |
7) অশ্লীল শব্দ বা ফটো প্ৰয়োগ কৰি কোনো ধৰণৰ পোষ্ট বা মন্তব্যৰে গ্রুপৰ মান
হানি কৰিলে তেনে ধৰণৰ পোষ্ট বা মন্তব্য.... মোহাৰি দিয়াটো সকলো প্ৰসাশকৰে নৈতিক অধিকাৰ আৰু লগতে তেনে কাম কৰাজনক অফিচিয়েল হিচাপত তিৰষ্কাৰ কৰি গ্ৰুপৰপৰা বাহিৰ কৰি দিয়া হব আৰু
কোনো কোনো ক্ষেত্রত আইনৰ ওচৰ চাপিব লগীয়াও হব পাৰে ॥
8) কোনো পোষ্ট বা মন্তব্যই যদি কোনো ব্যক্তিক আঘাত হানে তেন্তে তৎক্ষাণিকভাৱে
প্ৰশাসকবৃন্দক ব্যক্তিগতভাৱে অৱগত কৰাওক । তাৰ ওপৰত প্ৰশাসক সকলে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি ব্যক্তিজনৰ ওপৰত বিহিত
ব্যৱস্থা লোৱা হব॥
9) অইন ব্যক্তিৰ লিখনি পোষ্ট কৰিলে লিখনিৰ তলত “সংগ্ৰহ” ৰ সলনি লিখকৰ নামটোহে লিখিব লাগিব |
10) কোনো ৰোমাণ্টিক প্ৰেমৰ কবিতা , গল্প , কাহিনীৰ ১০০ৰ ওপৰত লাইক পাৰ হোৱা স্বৰচিত লেখাবোৰ doc.fb.me
( #Coming_Soon) ফাইলত জমা কৰি যাব পাৰিব ll
যদি কোনো অসুবিধা পায় তেন্তে প্রশাসকক আঙুলিয়াই দিব পাৰিব ।
11) যদি কোনো দুষ্ট চক্রান্তই গ্রুপৰ মান
হানিৰ বাবে চেষ্টা চলোৱা বুলি গম পাই,
তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লবৰ বাবে প্রশাসকক সদস্য সকলে আঙুলিয়াই
দিব পাৰিব !
12) বিতর্ক মূলক পোষ্ট প্রেৰণ কৰা আৰু
গোটৰ চোতালত অশ্লীল শব্দ প্রয়োগ, তৰল
আক্ৰোশমূলক, ঠাট্টামূলক মন্তব্যৰ পৰা বিৰত থাকক । কাৰণ আপোনাৰ ব্যৱহাৰেই
আপোনাৰ পৰিচয় ।
13) বৰ্তমান গ্ৰুপত অদৰকাৰী ফটোৰ
পোষ্ট, ৰোমান লিপিৰ পোষ্ট আৰু প্ৰশ্নসুচক পোষ্টবোৰ এপ্ৰোভেল নকৰাৰ সিদ্ধান্ত লোৱা হৈছে ।
14) প্ৰশাসক (এডমিন)ৰ সিদ্ধান্তই চূড়ান্ত
সিদ্ধান্ত বুলি বিবেচিত হব !
15) লেখাসমূহ সম্পূৰ্ণকৈ পঢ়ি- বুজি হে লাইক বা কমেন্ট কৰিব ।
16) নিয়মৰ বাহিৰৰ লেখাসমূহ গোটৰ পৰা মছি পেলোৱা হ'ব ।
তেনে ক্ষেত্ৰত কোনো সদস্যৰ ওজৰ-আপত্তি গ্ৰহণযোগ্য নহ'ব ।
17) একেটা ভুলকে বাৰে বাৰে কৰি যোৱা সদস্যক সদস্য পদৰ পৰা বাতিল কৰা হব।
18) গোটত কাৰোবাৰ ভুল দেখিলে মাৰ্জিত ভাষাৰে শুধৰাই দিয়টো সদস্য সকলে নিজৰ কৰ্তব্য বুলি ভাবিব পাৰিব লাগিব।
.....এই নিয়মবোৰৰ উপৰিও আৰু নতুন নিয়ম যোগহ'ব পাৰে ! ... প্ৰশাসকমণ্ডলী
( #Contact_Us_-
ph. - +91 96786 21987
Mail-nksithi2015@gmail.com )
==ৱিকিপিডিয়াৰ পৰিচয়==
|