২৭ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: '''২৭ ফেব্ৰুৱাৰী''' {{enwiki|27 February}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুস...
(কোনো পাৰ্থক্য নাই)

14:30, 27 February 2015ৰ সংস্কৰণ

২৭ ফেব্ৰুৱাৰী (ইংৰাজী: 27 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬ টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  1. ১৯৯১ খৃ: - ইৰাকৰ দমনৰ পৰা কুৱেইট মুক্ত কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে মাৰ্কিন তদানীন্তন ৰাষ্ট্ৰপতি এইচ. ডাবল্যূ. বুশ্বে ।
  2. ২০০২ খৃ: - গুজৰাটৰ গোধ্ৰা নামৰ ঠাইত দুৰ্ব্ৰত্যৰ দ্বাৰা হিন্দু স্বয়মসেৱক কঢ়িযাই নিয়া এখন ৰে'লগাড়ী জ্বলাই দিয়া হ্য় য'ত কমিও ৬০ জন লোকৰ প্ৰাণহানি হয় ।

জন্ম

দিৱস

বাহ্যিক সংযোগ