অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox organization |name = অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ |image = Assam higher secondar...
 
(edited with ProveIt)
18 নং শাৰী:
}}
 
'''অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ''' ({{lang-en|Assam Higher Secondary Education Council}}) (AHSEC) হৈছে [[অসম চৰকাৰৰচৰকাৰ]]ৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত[[অসম]]ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত ''উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা'' অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।
 
==ইতিহাস==
অসমত উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু বিকাশৰ বাবে অসম চৰকাৰে ১৯৮৪ চনৰ ১ জুন তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰতিষ্ঠা কৰে।<ref name="ahsec2"/>
 
==পদবী==
*অধ্যক্ষ (পূৰ্ণকালীন) - তেওঁ সংসদৰ মুখ্য কাৰ্যবাহী বিষয়া। ৰাজ্য চৰকাৰে অধ্যক্ষক ৩ বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে। এই নিযুক্তিৰ ম্যাদ আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
*সচিব - তেওঁ হ'ল সংসদৰ মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ সংসদৰ সাধাৰণ প্ৰশাসন, প্ৰতিষ্ঠান, আইনী বিষয়, হিচাপ-নিকাচ, জনসংযোগ, অভিযোগ নিষ্পত্তি, affiliation আৰু সা-সম্পত্তিৰ বাবে দায়বদ্ধ। *পৰীক্ষা নিবন্ত্ৰক - তেওঁ পৰীক্ষা প্ৰশাসন আৰু পৰীক্ষাৰ যাৱতীয় গোপনীয়তা ৰক্ষাৰ বাবে দায়বদ্ধ।<ref name="ahsec1"/>
 
*যুটীয়া সচিব
*উপ সচিব
*শৈক্ষিক বিষয়া
*সহকাৰী সচিব
*আভ্যন্তৰীণ হিচাপ নিৰীক্ষক
*অধীক্ষক
*সহকাৰী অধীক্ষক
*পি এ
*ইউ ডি এ
*এল ডি এ
 
==কাৰ্যালয়ৰ ঠিকনা==
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
<br/>[[বামুণীমৈদাম]], [[গুৱাহাটী]]-৭৮১০২১
<br/>টেলিফোন নং- ০৩৬১-২৫৫১৫৬৫, ফেক্স-০৩৬১-২৫৫০৮৪৪
<br/>ই-মেইল- ahsec1@yahoo.com, infoahsec@nic.in<ref name="ahsec3">{{cite web | url=http://www.ahsec.nic.in/Index.html | title=Home Page, AHSEC website | publisher=AHSEC | accessdate=4 মাৰ্চ 2015}}</ref>
==তথ্যসূত্ৰ==
{{reflist}}