জম্মু আৰু কাশ্মীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
85 নং শাৰী:
 
জম্মু আৰু কাশ্মীৰ তিনিটা মূল অংশৰে গঠিত: জম্মু, কাশ্মীৰ উপত্যকা আৰু লাডাখ। গ্ৰীষ্মকালত ৰাজ্যখনৰ ৰাজধানী শ্ৰীনগৰ আৰু শীতকালত ৰাজধানী কাশ্মীৰ। কাশ্মীৰ উপত্যকা ইয়াৰ পৰ্বতমালা আৰু প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত থকা পবিত্ৰ তীৰ্থস্থান সমূহৰ বাবে বিখ্যাত। প্ৰতি বছৰে হাজাৰ হাজাৰ হিন্দু তীৰ্থ যাত্ৰী এই তীৰ্থসমূহ দৰ্শনৰ বাবে কাশ্মীৰলৈ আহে। পৰ্বতৰ নৈসৰ্গিক সৌন্দৰ্য আৰু বৌদ্ধ ধৰ্মীয় সংস্কৃতিৰ বাবে বিখ্যাত লাডাখক "লিটল (সুক্ষ্ম) [[তিব্বত]]" বুলিও জনা যায়। জম্মু আৰু কাশ্মীৰ ভাৰতৰ একমাত্ৰ মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য।<ref>India's Agony Over Religion, page 245 Gerald James Larson - 1995</ref>
 
==ইতিহাস==
 
==জলবায়ু আৰু ভূগোল==
[[File:India north.jpg|right|thumb|x216px| text| লাডাখৰ ওচৰৰ কাৰাকোৰাম-পশ্ছিম তিব্বতীয় মালভূমি, [[ভাৰত]]]]
জম্মু আৰু কাশ্মীৰ বহুবোৰ উপত্যকা থকা এখন প্ৰদেশ, ইয়াৰ মূখ্য উপত্যকাসমূহ হৈছে, কাশ্মীৰ উপত্যকা, তাৱী উপত্যকা, চেনাব উপত্যকা, পুঞ্চ উপত্যকা আৰু চিন্দ উপত্যকা। প্ৰধান উপত্যকা কাশ্মীৰ {{convert|100|km|mi|abbr=on}} বহল আৰু ইয়াৰ মাটিকালি {{convert|15520.3|km2|sqmi|abbr=on}}। হিমালয় পৰ্বতে কাশ্মীৰ উপত্যকাক লাডাখৰ পৰা পৃথক কৰি ৰাখিছে, আনহাতেদি পিৰ-পানজল পৰ্বতমালাই কাশ্মীৰ উপত্যকাক উত্তৰ ভাৰতৰ বিশাল সমতলভূমিৰ পৰা পৃথক কৰিছে। হিমালয়ৰ মূল পৰ্বতমালা কাশ্মীৰ উপত্যকাৰ উত্তৰ-পূৱ অংশজুৰি বিস্তৃত। ঘন জনবসতিপূৰ্ণ আৰু সুন্দৰ কাশ্মীৰ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা {{convert|1850|m|ft}} উচ্চতাত অৱস্থিত, পিৰ-পানজল পৰ্বতমালাৰ গড় উচ্চতা {{convert|5000|m|ft}}।
 
 
 
==তথ্যসূত্ৰ==
{{Reflist|3}}