জম্মু আৰু কাশ্মীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

93 নং শাৰী:
 
সাগৰ পৃষ্ঠৰ পৰা উচ্চতাৰ বিবিধতাৰ বাবে জম্মু আৰু কাশ্মীৰৰ জৈৱ-ভূগোল বৈচিত্ৰতাৰে পৰিপূৰ্ণ। উত্তৰ-পশ্ছিমীয় কাঁইটীয়া বনভূমি, হিমালয়ান উপ-ক্ৰান্তীয় পাইন বন কম উচ্চতাৰ দক্ষিণ-পশ্ছিম অঞ্চলৰ দূৰ প্ৰান্তত দেখিবলৈ পোৱা যায়। পশ্ছিম হিমালয়ান বহলপাতৰ বনৰ এক বিশাল বনাঞ্চল কাশ্মীৰ উপত্যকাৰ উত্তৰ-পশ্ছিম অঞ্চলৰ পৰা দক্ষিণ-পূৱ অঞ্চললৈকে দেখিবলৈ পোৱা যায়। সমতল ভূমিৰ পৰা পৰ্বতৰ দিশত গ’লে, পশ্ছিম হিমালয়ান চাব-এল্পাইন ক’নিফাৰ বন দেখিবলৈ পোৱা যায়, বৃক্ষৰ বনাঞ্চলৰ উচ্চ অঞ্চলত উত্তৰ-পশ্ছিম হিমালয়ান এলপাইন গুল্ম আৰু তৃণভূমি দেখিবলৈ পোৱা যায়, উত্তৰ পূৱৰ অধিকাংশ কাৰাকোৰাম-পশ্ছিম তিব্বতীয় মালভূমীয় এলপাইন বন দেখিবলৈ পোৱা যায়। একেবাৰে উচ্চ অঞ্চলত সাধাৰণতে কোনোধৰনৰ বনাঞ্চল দেখিবলৈপোৱা নায়ায়, এই অঞ্চলসমূহ শিলা আৰু বৰফেৰে ঢাক খাই থাকে।
[[File:Srinagar- Yatra- Hindu holy cave.JPG|thumb|left|শ্ৰীনগৰ- যাত্ৰা- পবিত্ৰ হিন্দু গুহা]]
 
==তথ্যসূত্ৰ==