জম্মু আৰু কাশ্মীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
93 নং শাৰী:
 
সাগৰ পৃষ্ঠৰ পৰা উচ্চতাৰ বিবিধতাৰ বাবে জম্মু আৰু কাশ্মীৰৰ জৈৱ-ভূগোল বৈচিত্ৰতাৰে পৰিপূৰ্ণ। উত্তৰ-পশ্ছিমীয় কাঁইটীয়া বনভূমি, হিমালয়ান উপ-ক্ৰান্তীয় পাইন বন কম উচ্চতাৰ দক্ষিণ-পশ্ছিম অঞ্চলৰ দূৰ প্ৰান্তত দেখিবলৈ পোৱা যায়। পশ্ছিম হিমালয়ান বহলপাতৰ বনৰ এক বিশাল বনাঞ্চল কাশ্মীৰ উপত্যকাৰ উত্তৰ-পশ্ছিম অঞ্চলৰ পৰা দক্ষিণ-পূৱ অঞ্চললৈকে দেখিবলৈ পোৱা যায়। সমতল ভূমিৰ পৰা পৰ্বতৰ দিশত গ’লে, পশ্ছিম হিমালয়ান চাব-এল্পাইন ক’নিফাৰ বন দেখিবলৈ পোৱা যায়, বৃক্ষৰ বনাঞ্চলৰ উচ্চ অঞ্চলত উত্তৰ-পশ্ছিম হিমালয়ান এলপাইন গুল্ম আৰু তৃণভূমি দেখিবলৈ পোৱা যায়, উত্তৰ পূৱৰ অধিকাংশ কাৰাকোৰাম-পশ্ছিম তিব্বতীয় মালভূমীয় এলপাইন বন দেখিবলৈ পোৱা যায়। একেবাৰে উচ্চ অঞ্চলত সাধাৰণতে কোনোধৰনৰ বনাঞ্চল দেখিবলৈপোৱা নায়ায়, এই অঞ্চলসমূহ শিলা আৰু বৰফেৰে ঢাক খাই থাকে।
[[File:Srinagar- Yatra- Hindu holy cave.JPG|thumb|left|শ্ৰীনগৰ- যাত্ৰা- পবিত্ৰ হিন্দু গুহা]]
 
{| border="1" cellpadding="4" cellspacing="0" style="margin: 10px 0 10px 25px; background: #f9f9f9; border: 1px #AAA solid; border-collapse: collapse; font-size: 95%; float: center;"
|- style="background: #E9E9E9"
! মণ্ডল !! মাটিকালি (বৰ্গ কি.মি.) !! শতকৰা মাটিকালি
|-
|কাশ্মীৰ
|১৫,৯৪৮
|১৫.৭৩%
|-
|জম্মু
|২৬,২৯৩
|২৫.৯৩%
|-
|লাডাখ
| ৫৯,১৪৬
| ৫৮.৩৩%
|-
|'''ভাৰত-শাসনাধিস্থ জম্মু আৰু কাশ্মীৰ'''
|'''১,০১,৩৮৭ '''
|'''১০০%'''
|}
 
হিমালয়ৰ পৰা কাশ্মীৰ উপত্যকাৰ মাজেৰে বৈ অহা ঝেলাম একমাত্ৰ ডাঙৰ নদী। সিন্ধু, তাৱী, ৰৱী আৰু চেনাব ৰাজ্যখনৰ মাজেৰে বৈ যোৱা প্ৰধান নদী। ৰাজ্যখনত কেইবাটাও হিমবাহ দেখিবলৈ পোৱা যায়। সাগৰপৃষ্ঠৰ পৰা ৫,৭৫৩ মিটাৰ (১৮,৮৭৫ ফুট) গড় উচ্চতাৰ ৭৬ কি.মি. (৪৭ মাইল) দৈৰ্ঘৰ [[চিয়াচীন হিমবাহ]] হিমালয়ৰ সকলোককৈ অধিক দৈৰ্ঘৰ হিমবাহ।
 
প্ৰদেশখনত ভিন্ন ধৰনৰ জলবায়ু দেখিবলৈপোৱা যায়, দক্ষিণৰ ফালে জম্মুৰ উপকন্ঠ অঞ্চলত সাধাৰনতে পৰম্পৰাগত মৌচুমী জলবায়ু দেখা যায়। জানুৱাৰী-মাৰ্চ মাহত প্ৰায় ৪০ৰ পৰা ৫০ মি.মি. (১.৬ৰ পৰা ২ ইঞ্চি) বৰষুণ হোৱা দেখা যায়। গ্ৰীষ্মকালত জম্মু নগৰত উষ্ণতা যতেষ্ঠ বেছি হয়, ই সৰ্বাধিক ৪০ °ছে (১০৪ °ফা) পৰ্যন্ত স্পৰ্শ কৰে। জুলাই-আগষ্ট মাহত ৬৫০মি.মি.(২৫.৫ ইঞ্চি) পৰ্যন্ত বৰষুণ হয়। চেপ্তেম্বৰ মাহত বৰষুণৰ পৰিমান হ্ৰাস পায়, আৰু অক্টোবৰলৈকে জলবায়ু বৃস্তিহীন,গৰম আৰু শুকান হৈ পৰে এইসময়ত উষ্ণতা প্ৰায় ২৯ °ছে (৮৪ °ফা)ৰ আশে পাশে থাকে ।
 
পিৰ -পানজল অঞ্চলত দক্ষিণ এচীয় মৌচুমীৰ প্ৰভাৱ কম, দক্ষিণ-পশ্ছিম দিশৰ পৰা অহা ডাৱৰৰ বাবে ইয়াত বসন্ত কালত বৰষুণ হয়। আৰৱ সাগৰৰ ওচৰত হোৱাৰ বাবে এই ডাৱৰৰ বাবে ৬৩৫ মিলিমিটাৰ (২৫ ইঞ্চি) পৰ্যন্ত বৰষুণ হয়, মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত প্ৰতিমাহে সৰ্বাধিক ৮৫ মিলিমিটাৰ (৩.৩ ইঞ্চি) বৰষুণ হয়। মূখ্য হিমালয়ান অঞ্চলত দক্ষিণ-পশ্ছিমৰ আৰৱ সাগৰৰ পৰা অহা এই বতাহৰ প্ৰভাৱো একেবাৰেই কম, সেয়ে লাডাখ আৰু ঝংস্কাৰ অঞ্চল খুবেই শুকান আৰু চেঁচা। ইয়াত বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ১০০ মি.মি. (৪ ইঞ্চি), জলবায়ুৰ আদ্ৰতাও এই অঞ্চলত একেবাৰে কম, সাগৰ পৃষ্ঠৰ পৰা ৩,০০০ মিটাৰ (৯,৭৫০ ফুট) উচ্চতাৰ এই অঞ্চলসমূহত জানুৱাৰী মাহত গড় তাপমাত্ৰা −২০°ছে (−৪°ফা), সৰ্বনিম্ন তাপমাত্ৰা −৪০°ছে (−১০৪°ফা)লৈকে নামে। সকলোবোৰ নদীৰ পানী এই সময়ত গোট মাৰি যায়, গ্ৰীষ্ম কালত লাডাখ আৰু ঝংস্কাৰৰ তাপমাত্ৰা প্ৰায় ২০°ছে (৬৮°ফা)ৰ আশে পাশে থাকে, অৱশ্যে কম আদ্ৰতা আৰু পাতল বতাহৰ বাবে ৰাতিবোৰৰ তাপমাত্ৰা যতেষ্ঠ কম হয়।
 
{{-}}
<gallery widths="150px" heights="150px" perrow="5">
File:Tso Kiagar Lake Ladakh.jpg|চ’ ম’ৰিৰি হ্ৰদ
File:Kashmir top.jpg|ভোগলিক ছবি, কাশ্মীৰ উপত্যকা
File:India north.jpg|লাডাখ
File:Nageen Lake .jpg|নাগীন হ্ৰদ
File:Zanskar.jpg|কাৰগিল জিলাত নৌকা বিহাৰ
File:Gulmarg.JPG| গুলমাৰ্গ
File:Mountains near Rohtang Pass, Himachal Pradesh.jpg|পাহাৰ আৰু ৰোহতং পাচ
File:Moreplains6.jpg|Natural চুমখেল লুংপা নদী
File:India - Srinagar - 019 - Char Chinar Island on Dal Lake.jpg|ডাল হ্ৰদৰ চাৰ চিনাৰ দ্বীপ
File:Jehlum River Muzaffarabad Top View.jpg|ঝিলাম নদী
</gallery>
 
 
 
==তথ্যসূত্ৰ==