অংগ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''অংগ তন্ত্ৰ''' হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পা...
 
4 নং শাৰী:
*[[সংবহন তন্ত্ৰ]]: শৰীৰৰ বিভিন্ন অংগ আৰু [[হাওঁফাওঁ]]ৰ মাজত [[হৃদযন্ত্ৰ]] আৰু [[ৰক্তবাহিকা]]ৰ সহায়ত [[তেজ]]ৰ চলাচল প্ৰক্ৰিয়া।
*[[আচ্ছাদন তন্ত্ৰ]]: [[চৰ্ম]], [[নোম]], [[চৰ্বী]] আৰু [[নখ]]।
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতি আৰু সুৰক্ষাৰ আভ্যম্তৰিণআভ্যন্তৰিণ সজ্জা।
*[[প্ৰজনন তন্ত্ৰ]]: [[যৌন অংগ]]সমূহ, যেনে- [[গৰ্ভাশয়]] আদি।
*[[পাচন তন্ত্ৰ]]: [[লালটি গ্ৰন্থী]], [[খাদ্যনলী]], [[উদৰ]], [[লিভাৰযকৃত]], [[পিত্তস্থলী]], [[অগ্নাশয়]], [[অন্ত্ৰ]], [[ৰেকটামমলাশয়]] আৰু [[পায়ু]]ৰ সহায়ত খাদ্যৰ পাচন আৰু অন্তৰ্গহণঅন্তৰ্গ্ৰহণ প্ৰক্ৰিয়া।
*[[ৰেচন তন্ত্ৰ]]: [[বৃক্ক]], [[মুত্ৰনলী]], [[মুত্ৰস্থলী]] আদিৰ সহায়ত ৰক্তৰ পৰিশোধন আৰু [[মুত্ৰ]] বিসৰ্জন প্ৰক্ৰিয়া।
*[[শ্বাস তন্ত্ৰ]]: [[হাওঁফাওঁ]], [[শ্বাসনলী]], [[বায়ুস্থলী]] আদিৰ সহায়ত তেজৰ পৰা [[কাৰ্বন ডাই-অক্সাইড]] নিস্কাশন আৰু [[অক্সিজেন]] সমৃদ্ধকৰণ প্ৰক্ৰিয়া ([[শ্বাস-প্ৰশ্বাস]])।
*[[অন্তঃস্ৰাৱী তন্ত্ৰ]]: নলীবিহীনভাৱে দেহৰ বিভিন্ন অংশলৈ [[অন্তঃস্ৰাৱী গ্ৰন্থী]]ত নিঃসৰণ হোৱা [[হৰমনহ'ৰমন]]ৰ আদান-প্ৰদান প্ৰক্ৰিয়া।
*[[লসিকা তন্ত্ৰ]]: তেজ আৰু কলাৰ মাজত [[লসিকা]]ৰ সংবহন প্ৰক্ৰিয়া।
*[[পেশী তন্ত্ৰ]]: বিভিন্ন [[পেশী]]ৰ সহায়ৰ [[জীৱৰ চলন|চলন]], অৱস্থান গ্ৰহণ আৰু [[তাপ]] উৎপাদন প্ৰক্ৰিয়া।