ৰেচন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox anatomy | Name = ৰেচন তন্ত্ৰ | Latin = ছিষ্টেমা ইউৰিনেৰিয়াম | Image = Ur...
 
No edit summary
6 নং শাৰী:
| Width = 300px
}}
ৰেচন তন্ত্ৰ হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা [[বৃক্ক]], দুডাল [[বৃক্ক নলী]], এটা [[মুত্ৰ থলী]], আৰু এডাল [[মুত্ৰ নলী]]ৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ [[নেফ্ৰন]] থাকে। পুং আৰু স্ত্ৰী ৰেচন তন্ত্ৰৰ গঠন প্ৰায় একে, মাত্ৰ মুত্ৰ নলীৰ দৈঘ্যৰ পাৰ্থক্য আছে।<ref>{{cite web |url=http://www.nlm.nih.gov/medlineplus/ency/imagepages/1122.htm |title=Female urinary tract |work=MedLine Plus Medical Encyclopedia |date=16 September 2011 |first=David |last=C. Dugdale}}</ref>
 
বৃক্কত [[তেজ]]ৰ পৰিস্ৰাৱনৰ ফলত মুত্ৰৰ সৃষ্টি হয়। এই মুত্ৰ বৃক্ক নলীৰে গৈ মুত্ৰ থলীত জমা হয় আৰু শেষত মুত্ৰ নলীৰেদিনলীয়েদি দেহৰ বাহিৰ হৈ যায়।
 
এজন সুস্থ ব্যক্তিৰ বৃক্কত দৈনিক ১-২ লিটাৰ মুত্ৰৰ উৎপাদন হয়।