পাচন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পাচনতন্ত্ৰ-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
 
No edit summary
1 নং শাৰী:
{{science stub}}
#REDIRECT{{Infobox anatomy |Name = [[পাচনতন্ত্ৰ]]
|Latin = ছিষ্টেমা ডাইজেষ্ট'ৰিয়াম
|Image = পাচন তন্ত্ৰ.jpg
|Caption = মানুহৰ পাচন তন্ত্ৰ
}}
'''পাচন তন্ত্ৰ''' ({{lang-en|Digestive system}}) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পৰিপুষ্টি প্ৰক্ৰিয়া সমাধা কৰা এক [[অংগ তন্ত্ৰ]]। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।<ref name=KongSingh2008>{{cite journal |author=Kong F, Singh RP |title=Disintegration of solid foods in human stomach |journal=J. Food Sci. |volume=73 |issue=5 |pages=R67–80 |date=June 2008 |pmid=18577009 |doi=10.1111/j.1750-3841.2008.00766.x |url=}}</ref> বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে নলীডাল বিভিন্ন অংশত বিভক্ত:-[[মুখ]], মুখগহ্বৰ, টেটু (ডিঙি), গ্ৰাসনলী, [[পাকস্থলী]], অন্ত্ৰ আদি। অন্ত্ৰ দুটা পুনৰ দুটা ভাগত বিভক্ত - ''ক্ষুদ্ৰান্ত'' আৰু ''বৃহদান্ত্ৰ''। ক্ষুদ্ৰান্ত ডুৱেডেনাম, মধ্যান্ত্ৰ বা জেজুনাম আৰু ইলিয়ামেৰে গঠিত। বৃহদান্ত্ৰ ক'লন (colon) আৰু মলভাণ্ডাৰে গঠিত। মানুহৰ পাচন তন্ত্ৰত পাঁচ প্ৰকাৰৰ পাচন গ্ৰন্থি থাকে - লালটি গ্ৰন্থি, [[যকৃৎ]], অগ্নাশয়, পাকস্থলী গ্ৰন্থি আৰু আন্ত্ৰিক গ্ৰন্থি। এই গ্ৰন্থিবোৰৰপৰা নিঃসৰিত পাচক ৰসে খাদ্যৰ পাচন কাৰ্যত সহায় কৰে।
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[শ্ৰেণী:চিকিৎসা বিজ্ঞান]]
[[শ্ৰেণী:অংগ তন্ত্ৰ]]