উৰ্ট মেঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
== <big>ওৰ্ট মেঘ</big> ==
ওৰ্ট মেঘ বা Oort Cloud হ’ল জ্যোৰ্তিবিজ্ঞানীসকলৰ অ্ৱধাৰণামতে সূৰ্য্যৰ চাৰিওফালে, 1,00,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) দূৰত্বত সূ্ৰ্য্যক প্ৰদক্ষিন কৰি থকা গ্ৰহাণুপুন্জ আৰু ধুমকেতুৰ অঞ্চল বা পটী৷ জ্যোৰ্তিবিজ্ঞানীসকলে কৰা বিশ্বাসমতে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিন কৰা দীৰ্ঘদূৰত্বৰ ধুমকেতূ আৰু বৃহস্পতি গোত্ৰ ধুমকেতূৰ এই অঞ্চলেই উৎপত্তিস্তল৷ওৰ্ট মেঘ অঞ্চলৰ শেষ সীমাকেই সৌৰজগতৰ শেষ সীমা বুলি ধৰা হয়৷
হলেণ্ড দেশৰ বিখ্যাত জ্যোৰ্তিবিজ্ঞানী জা হেন্দ্ৰিক ওৰ্টৰ ওপৰত নামাকৰণ কৰা এইঅঞ্চল সু্ৰ্য্যৰ পৰা 2000 ৰ পৰা 5000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) ৰ পৰা 50,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) লৈ বিস্তৃত, যতনেকিয'তনেকি প্লটোপ্লুট' বাওনা গ্ৰহৰ দুৰত্ব মাথো 30 ৰ পৰা 49 জ্যোৰ্তিবিজ্ঞান একক (A.U.)৷
ওৰ্ট মেঘ অঞ্চল দুই অংশত বিভক্ত- ক) গোলাকৃতি বাহ্যিক অঞ্চল আৰু কাহী আকৃতিৰ অন্ত: ওৰ্ট মেঘ অঞ্চল৷ এই অঞ্চলৰ উৎপত্তি সম্বন্ধে ভবা হয যে আদিম সৌৰজগতৰ সৃষ্টিৰ সময়ত ইয়াৰ অ্ৱস্থান সূৰ্য্যৰ পৰা ইমান আতৰত নহৈ ওচৰত আছিল কিন্তূ বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভা্ৱত পৰি বিতাৰিত হৈ আজিৰ এই অৱস্থান লয়৷
"https://as.wikipedia.org/wiki/উৰ্ট_মেঘ"ৰ পৰা অনা হৈছে