"অংগ তন্ত্ৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 বাইট বিলোপ কৰা হ’ল ,  5 বছৰৰ পূৰ্বে
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা ম'বাইল সম্পাদনা
=অংগ আৰু কলা তন্ত্ৰ=
[[মানুহ]]ৰ [[শৰীৰ ৰচনা]]ত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য [[প্ৰাণী]]ৰ শৰীৰতো আছে।
*[[সংবহন তন্ত্ৰ।ৰক্তসংবহনতন্ত্ৰ|ৰক্তসংবহন তন্ত্ৰ]]: শৰীৰৰ বিভিন্ন অংগ আৰু [[হাওঁফাওঁ]]ৰ মাজত [[হৃদযন্ত্ৰ]] আৰু [[ৰক্তবাহিকা]]ৰ সহায়ত [[তেজ]]ৰ চলাচল প্ৰক্ৰিয়া।
*[[আচ্ছাদন তন্ত্ৰ]]: [[চৰ্ম]], [[নোম]], [[চৰ্বী]] আৰু [[নখ]]।
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতি আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।