অংগ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
4 নং শাৰী:
*[[সংবহন তন্ত্ৰ|ৰক্তসংবহন তন্ত্ৰ]]: শৰীৰৰ বিভিন্ন অংগ আৰু [[হাওঁফাওঁ]]ৰ মাজত [[হৃদযন্ত্ৰ]] আৰু [[ৰক্তবাহিকা]]ৰ সহায়ত [[তেজ]]ৰ চলাচল প্ৰক্ৰিয়া।
*[[আচ্ছাদন তন্ত্ৰ]]: [[চৰ্ম]], [[নোম]], [[চৰ্বী]] আৰু [[নখ]]।
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতিঅৱলম্বন আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।
*[[প্ৰজনন তন্ত্ৰ]]: [[যৌন অংগ]]সমূহ, যেনে- [[গৰ্ভাশয়]] আদি।
*[[পাচন তন্ত্ৰ]]: [[লালটি গ্ৰন্থী]], [[খাদ্যনলী]], [[উদৰ]], [[যকৃৎ]], [[পিত্তস্থলী]], [[অগ্নাশয়]], [[অন্ত্ৰ]], [[মলাশয়]] আৰু [[পায়ু]]ৰ সহায়ত খাদ্যৰ পাচন আৰু অন্তৰ্গ্ৰহণ প্ৰক্ৰিয়া।