হাজো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:অসমৰ পৰ্যটনস্থলী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
{{অনুবাদ}}
[[File:Entrance Madhab mandir.jpg|thumb|হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ সন্মুখভাগ]]
'''হাজো''' ({{lang-en|Hajo}}) [[অসম]]ৰ [[কামৰূপ]] জিলাত [[ব্ৰহ্মপুত্ৰ]] নদীৰ পাৰত অৱস্থিত এখন ঠাই৷ ই গুৱাহাটীৰ পৰা প্ৰায় ২৪ কি:মি: দুৰত্বত অৱস্থিত৷ হাজোক [[হিন্দু]], [[বৌদ্ধ]] আৰু [[মুছলিম]] ধৰ্মৰ এক প্ৰাচীন তীৰ্থস্থান হিচাপে জনা যায়৷ এই অঞ্চলটোত বহুতো প্ৰাচীন মঠ-মন্দিৰ আদি দেখা পোৱা যায়৷
"https://as.wikipedia.org/wiki/হাজো"ৰ পৰা অনা হৈছে