প্ৰজনন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
| Latin = ছিষ্টেমা ৰিপ্ৰডাক্সনিছ
| Image = Male_pelvic_structures.svg
| Caption = [[মানুহৰ পুং প্ৰজনন তন্ত্ৰ]].
}}
 
'''প্ৰজনন তন্ত্ৰ''' ({{lang-en|Reproductive system}}) হৈছে জীৱৰ বংশবৃদ্ধিৰ বাবে সংগঠিত ভাৱে কাৰ্য কৰা যৌন অংগৰ সমষ্টি। বহুতো অজৈৱ পদাৰ্থ যেনে- তৰল, হৰমন, ফেৰমন আদিয়েও প্ৰজনন তন্ত্ৰত সহযোগী হিচাপে কাৰ্য কৰে।<ref>[http://training.seer.cancer.gov/module_anatomy/unit12_1_repdt_intro.html Introduction to the Reproductive System.]</ref> জীৱৰ লিংগভেদে প্ৰজনন তন্ত্ৰ মাজত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়, যিটো অন্য অংগ তন্ত্ৰৰ ক্ষেত্ৰত দেখা নাযায়। এই ভিন্নতাই একে প্ৰজাতিৰ দুটা ভিন্ন জীৱৰ আনুবংশিক পদাৰ্থৰ মিলন সম্ভৱ কৰে, ফলত নতুন অপত্যই বিশেষ আনুবংশিক সামৰ্থতা লাভ কৰে।<ref name=Adam>[http://www.besthealth.com/besthealth/bodyguide/reftext/html/repr_sys_fin.html Reproductive System 2001] Body Guide powered by Adam</ref>
 
==উদ্ভিদ==
কেৱল উচ্চ শ্ৰেণীৰ উদ্বিদৰবে প্ৰজনন তন্ত্ৰ বুলি নিৰ্দিষ্ট তন্ত্ৰ থাকে। নিম্ন শ্ৰেণীৰ উদ্ধিদৰ কাণ্ড, পাত, শিপা আদি সকলোতে প্ৰজনন সংঘটিত হয়। সাধাৰণতে প্ৰজননৰ বাবে উদ্ভিদৰ ফুল ফুলে। ফুলত পৰাগ ৰেণু, পৰাগ ধানী, পুংদণ্ড, পৰাগ নলী, ডিম্বক, স্ত্ৰীদণ্ড, গৰ্ভমুণ্ড, গৰ্ভাশয় আদি থাকে। ফুলৰ পৰা ফল আৰু বীজ সৃষ্টি হয়।
 
 
==প্ৰাণী==
স্তন্যপায়ী জীৱবোৰৰ প্ৰজনন তন্ত্ৰৰ প্ৰধান অংগবোৰ হৈছে বাহ্যিক যৌনাংগ (পুংজনাংগ আৰু স্ত্ৰীজনাংগ) শুক্ৰাশয়, গৰ্ভাশয়, শুক্ৰ আৰু ডিম্ব। অন্য মেৰুদণ্ডীবোৰৰ প্ৰজনন তন্ত্ৰ সাধাৰণতে জনন কোষ, জনন নলী, আৰু জনন ছিদ্ৰৰ দ্বাৰা গঠিত যদিও শাৰীৰিক গঠন আৰু জনন ক্ৰিয়াৰ যথেষ্ট পাৰ্থক্য দেখা যায়।
{{see also|যৌন প্ৰজনন#প্ৰাণী}}
 
স্তন্যপায়ী জীৱবোৰৰ প্ৰজনন তন্ত্ৰৰ প্ৰধান অংগবোৰ হৈছে বাহ্যিক যৌনাংগ (পুংজনাংগ আৰু স্ত্ৰীজনাংগ) শুক্ৰাশয়, গৰ্ভাশয়, শুক্ৰ আৰু ডিম্ব।
===;মেৰুদণ্ডী প্ৰাণী===
[[মেৰুদণ্ডী]]বোৰৰমেৰুদণ্ডীবোৰৰ জনন কোষ উৎপাদন কৰা অংগ বা গনাড থাকে। পুং জীৱৰ গনাডক শুক্ৰাশয় আৰু স্ত্ৰীৰ গনাডক গৰ্ভাশয় বোলে। স্ত্ৰীৰ ক্ষেতেৰত এই গৰ্ভাশয়বোৰ বাহ্যিত জনন ছিদ্ৰৰ লগত ডিম্বনলীৰ দ্বাৰা সংযুক্তহৈ থাকে, কিন্তু কিছুমান জীৱৰ এটা নিৰ্দিষ্ট স্ত্ৰী জননাংগ থাকে।
 
===;অমেৰুদণ্ডী প্ৰাণী===
অন্য মেৰুদণ্ডীবোৰৰ প্ৰজনন তন্ত্ৰ সাধাৰণতে জনন কোষ, জনন নলী, আৰু জনন ছিদ্ৰৰ দ্বাৰা গঠিত যদিও শাৰীৰিক গঠন আৰু জনন ক্ৰিয়াৰ যথেষ্ট পাৰ্থক্য দেখা যায়।
[[অমেৰুদণ্ডী]]বোৰৰ প্ৰজনন তন্ত্ৰৰ ক্ষেত্ৰত প্ৰজাতিভেদে বহু ভিন্নতা আছে, একমাত্ৰ সাদৃশ্যতা হৈছে সকলো অমেৰুদণ্ডীয়ে কণী পাৰে। অমেৰুদণ্ডীৰ বাহ্যিক নিষেচন সংঘটিত হয়।
===মেৰুদণ্ডী প্ৰাণী===
[[মেৰুদণ্ডী]]বোৰৰ জনন কোষ উৎপাদন কৰা অংগ বা গনাড থাকে। পুং জীৱৰ গনাডক শুক্ৰাশয় আৰু স্ত্ৰীৰ গনাডক গৰ্ভাশয় বোলে। স্ত্ৰীৰ ক্ষেতেৰত এই গৰ্ভাশয়বোৰ বাহ্যিত জনন ছিদ্ৰৰ লগত ডিম্বনলীৰ দ্বাৰা সংযুক্তহৈ থাকে, কিন্তু কিছুমান জীৱৰ এটা নিৰ্দিষ্ট স্ত্ৰী জননাংগ থাকে।
===অমেৰুদণ্ডী প্ৰাণী===
[[অমেৰুদণ্ডী]]বোৰৰ প্ৰজনন তন্ত্ৰৰ ক্ষেত্ৰত প্ৰজাতিভেদে বহু ভিন্নতা আছে, একমাত্ৰ সাদৃশ্যতা হৈছে সকলো অমেৰুদণ্ডীয়ে কণী পাৰে। অমেৰুদণ্ডীৰ বাহ্যিক নিষেচন সংঘটিত হয়।
 
==তথ্য সংগ্ৰহ==