সংবহন কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
No edit summary
4 নং শাৰী:
সংবহন কলা গঠন কৰা কোষসমূহ দীঘল আৰু নলীকাসদৃশ হয়। ফ্ল'ৱেমৰ কোষবোৰ এটা আনটোৰ লগত দীঘলে দীঘলে লগ লাগি নলীকাৰ সৃষ্টি কৰে। উদ্ভিদৰ ভাজনশীল অগ্ৰাংশত নতুনকৈ সৃষ্টি হোৱা কিছুমান কোষ সংবহন কলালৈ ৰূপান্তৰ ঘটে আৰু পুৰণা সংবহন কলাৰ লগত সংলগ্নহৈ সংবহন কলাতন্ত্ৰৰ ধাৰাবাহিকতা ৰক্ষা কৰে। উদ্ভিদৰ সংবহন কলাবোৰ দীঘলীয়া আৰু শাৰীবদ্ধভাৱে সজ্জিতহৈ সংবহন গুচ্ছৰ গঠন কৰে। এই গুচ্ছবোৰত জাইলেম আৰু ফ্ল'ৱেমৰ লগতে সহায়কাৰী আৰু সুৰক্ষাপ্ৰদানকাৰী কোষো থাকে।
 
[[শ্ৰেণী:উদ্ভিদৰ গঠন]]
[[শ্ৰেণী:কলা (জীৱ বিদ্যা)]]
[[শ্ৰেণী:অংগ তন্ত্ৰজীৱবিজ্ঞান]]
"https://as.wikipedia.org/wiki/সংবহন_কলা"ৰ পৰা অনা হৈছে