তিৰুপতি মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ভাৰতৰ ধৰ্মীয় স্থান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
{{বিস্তাৰ}}
[[File:Tirumala overview.jpg|thumb|250px| বিহঙ্গম দৃষ্টিৰে তিৰুপতি মন্দিৰ]]
{{Infobox temple
 
| name = Tirumala Venkateswara Devasthanam
'''তিৰুপতি মন্দিৰ''' [[ভাৰত]]ৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা [[ভেংকটেশ্বৰ]]ৰ আবাসভূমি বুলি জনা যায়। [[তেলেগু ভাষা]]ত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ [[লক্ষ্মী]]ৰ পতি [[বিষ্ণু]]। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত [[পদুম]]ৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক’লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯৮৪ চনত ১২ কিলোগ্ৰাম [[সোণ]] আৰু ৯০০০ ডোখৰ [[হীৰা]]ৰে ন-কৈ নিৰ্মিত এই মুকুটটোৰ অৰ্থমূল্য ৫ কোটি টকাৰো অধিক। গোটেই মূৰ্তিটো ফুলৰ মালাৰে ঢকা। কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। শিলেৰে নিৰ্মিত মূল মন্দিৰটোৰ বেৰৰ কাৰুকাৰ্যও অনন্য আৰু দৃষ্টিনন্দন। এই মন্দিৰৰ চোতাল তথা চৌহদত আছে ১৯৯৫ চনত আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মিত ৭৮০.৭ কিলোগ্ৰাম তামৰ ওপৰত ২৯.৯২২ কিলোগ্ৰাম সোণেৰে মেৰোৱা ২১.৫ ফুট ওখ সোণৰ ৰথ, সোণৰ তালগছ, মূল মন্দিৰৰ গম্বুজৰ ওপৰত সুবিশাল সোণৰ কলচি, সোণৰ সিংহমূৰ্তি, দৃষ্টিনন্দন অগণন দেৱমূৰ্তি আদি। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশত (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী [[তামিলনাডু]]ৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে।
| image = Tirumala gopurams.JPG
| image_size =
| image_alt =
| caption =
| pushpin_map = India Andhra Pradesh
| map_caption = Location in Andhra Pradesh
| map_size =
| latd = 13 | latm = 40 | lats = 59.7 | latNS = N
| longd = 79 | longm = 20 | longs = 49.9 | longEW = E
| coordinates_region = IN
| coordinates_display= title
| proper_name = '''Sri Venkateswara Swamy vaari temple'''<ref name="tirumala.org"/>
| sanskrit_translit =
| telugu = Sree vaenkaTaeSwara swaami vaari Alayam
| marathi =
| bengali =
| country = [[India]]
| state = [[Andhra Pradesh]]
| district = [[Chittoor district|Chittoor]]
| locale = [[Tirupati (city)|Tirupati]]
| elevation_m = 853
| primary_deity_God = [[Venkateswara]]
| primary_deity_Godess =
| utsava_deity_God =
| utsava_deity_Godess=
| Direction_posture =
| Pushakarani =
| Vimanam =
| Poet = [[Annamaya]]
| Prathyaksham =
| worship_mode = [[Vaikhanasa]]
| important_festivals= [[Brahmotsavam]], [[Vaikunta Ekadasi#In Tirumala|Vaikunta Ekadasi]], [[Ratha Saptami#In Tirumala|Ratha Saptami]]
| architecture = [[Dravidian architecture]]
| number_of_temples = 2
| number_of_monuments=
| inscriptions = Dravidian languages
| date_built = Earliest records date to 300 BC (probable)
| temple_board = [[Tirumala Tirupati Devasthanams]]
| website = [http://www.tirumala.org/ tirumala.org]
}}
'''তিৰুপতি মন্দিৰ''' [[ভাৰত]]ৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা [[ভেংকটেশ্বৰ]]ৰ আবাসভূমি বুলি জনা যায়। [[তেলেগু ভাষা]]ত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ [[লক্ষ্মী]]ৰ পতি [[বিষ্ণু]]। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত [[পদুম]]ৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক’লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯৮৪ চনত ১২ কিলোগ্ৰাম [[সোণ]] আৰু ৯০০০ ডোখৰ [[হীৰা]]ৰে ন-কৈ নিৰ্মিত এই মুকুটটোৰ অৰ্থমূল্য ৫ কোটি টকাৰো অধিক। গোটেই মূৰ্তিটো ফুলৰ মালাৰে ঢকা। কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। শিলেৰে নিৰ্মিত মূল মন্দিৰটোৰ বেৰৰ কাৰুকাৰ্যও অনন্য আৰু দৃষ্টিনন্দন। এই মন্দিৰৰ চোতাল তথা চৌহদত আছে ১৯৯৫ চনত আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মিত ৭৮০.৭ কিলোগ্ৰাম তামৰ ওপৰত ২৯.৯২২ কিলোগ্ৰাম সোণেৰে মেৰোৱা ২১.৫ ফুট ওখ সোণৰ ৰথ, সোণৰ তালগছ, মূল মন্দিৰৰ গম্বুজৰ ওপৰত সুবিশাল সোণৰ কলচি, সোণৰ সিংহমূৰ্তি, দৃষ্টিনন্দন অগণন দেৱমূৰ্তি আদি। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশত[[অন্ধ্ৰপ্ৰদেশ]]ৰ (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী [[তামিলনাডু]]ৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে।
 
[[তিৰুপতি]]ৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে ১৮৭০ চনৰ আগলৈকে তালৈ অহিন্দুসকলক যাবলৈকে দিয়া নহৈছিল। তিৰুমালা পাহাৰৰ শৃংগতে আছে বৈশিষ্টমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে প্ৰায় ৪ বৰ্গকিলোমিটাৰ এলেকাজুৰি গঢ়ি উঠিছে এখন সৰু নগৰ। বৰ্তমান এই মন্দিৰত প্ৰায় ১৩০০০ কৰ্মী কৰ্মৰত হৈ আছে। <ref>জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১-১৫ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠা: ২১, লেখক [[শান্তনু কৌশিক বৰুৱা]]</ref>
Line 10 ⟶ 51:
==তথ্য সংগ্ৰহ:==
{{reflist}}
 
==বাহ্যিক সংযোগ==
* {{Official website|http://www.tirumala.org}}
* [http://www.tirupatibalajidarshan.com Tirupati Balaji Darshan]
* [http://andhrapradesh.templesinindiainfo.com/sri-venkateswara-temple/ Tirumala Sri Venkateswara Swamy Temple]
 
[[শ্ৰেণী:ভাৰতৰ পৰ্যটনস্থলী]]