গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(Script) File renamed: File:Feeding Is Fun.jpgFile:Woman breastfeeding an infant.jpg misleading and frankly disruptive filename
Added links
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
3 নং শাৰী:
[[চিত্ৰ:Milk glass.jpg|200px|right|thumb|এক গিলাচ গাখীৰ]]
'''গাখীৰ''' ({{lang-en|Milk}}) হ’ল [[স্তন্যপায়ী প্ৰাণী]]ৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক [[কলষ্ট্ৰাম]] (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল [[চৰ্বি]] বা ফেট, [[প্ৰ'টিন]] বা মাংসসাৰ, [[কেলছিয়াম]] আৰু [[ভিটামিন C]] । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ [[আম্লিক ধৰ্ম]]ৰ ।
একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা [[পুষ্টিকাৰক|পুষ্টিকাৰক পদাৰ্থবোৰৰপদাৰ্থ]]বোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -
{| class="wikitable"
|-
18 নং শাৰী:
 
<ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= গাখীৰৰ পুষ্টিগুণ আৰু উতলালে হ'ব পৰা পৰিবৰ্তন |author= ডা° ৰজত বুঢ়াগোহাঁই | journal= প্ৰান্তিক| year= ২০১২| month= ১ - ১৫ নৱেম্বৰ | volume= ৩১শ বছৰ | issue= ২৩শ সংখ্যা| pages= পৃষ্ঠা ২৭ - ২৮}}</ref>
 
== ব্যৱহাৰৰ প্ৰকাৰ ==
গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।
"https://as.wikipedia.org/wiki/গাখীৰ"ৰ পৰা অনা হৈছে