আৰ্জেণ্টিনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: আৰ্জেন্টিনা, আনুষ্ঠানিকভাৱে আৰ্জেন্টাইন গণৰাজ্য দক্ষিণ পূব...
(কোনো পাৰ্থক্য নাই)

10:54, 25 March 2015ৰ সংস্কৰণ

আৰ্জেন্টিনা, আনুষ্ঠানিকভাৱে আৰ্জেন্টাইন গণৰাজ্য দক্ষিণ পূব দক্ষিণ আমেৰিকাৰ এখন ৰাষ্ট্ৰ।

নামাকৰণ

আৰ্জেন্টিনা লেটিন শব্দ আৰ্জেন্টামৰ পৰা অহা, যাৰ অৰ্থ ৰূপ। এই নামৰ লগত ৰূপৰ পাহাৰৰ কিংবদন্তী জড়িত, যি লা প্লেটালৈ যোৱা প্ৰথম য়ুৰোপীয়সকলৰ মাজত জনপ্ৰিয় আছিল। ইংৰাজীত দেশখন স্পেনীয় ভাষাৰ পৰা অনুকৰণ কৰি আৰ্জেন্টাইন বোলা হয়।[1]

  1. "Definition of Argentina in Oxford Dictionaries (British & World English)". Oxford Dictionaries. 6 May 2013. Archived from the original on 5 March 2014. http://oxforddictionaries.com/definition/english/Argentina.