চাৰ্লি চেপলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 নং শাৰী:
 
=== আমেৰিকাত প্ৰথম কেইবছৰ (১৯১০-১৯১৩) ===
[[চিত্ৰ:Charlie Chaplin I.jpg|thumb|upright|left|চেপলিন, চাৰ্কাআনুমানিক ১৯১০ চনত]]
চেপলিনে [[ফ্ৰেড কাৰ্ন’]] দলৰ লগত ১৯১০ৰ পৰা ১৯১২ লোকে পোনপ্ৰথমবাৰ আমেৰিকা ভ্ৰমণ কৰে ।কৰে। ইংলেণ্ডত পাঁচ মাহ কটোৱাৰ পিছত তেওঁ ১৯১২ চনৰ অক্টোবৰত দলটোৰ লগত দ্বিতীয়বাৰৰ বাবে আমেৰিকালৈ যায় । ১৯১৩ৰ শেষৰ ফালে [[মেক চেনেট]], [[মেবেল নৰমাণ্ড]], [[মিণ্টা ডাৰ্ফী]] আৰু [[ৰচকো আৰ্বাকল]]এ চাৰ্লিৰ অভিনয় প্ৰত্যক্ষ কৰে ।কৰে। চেনেটে তেওঁক কিষ্ট’ন ষ্টুডিঅ’লৈ [[ফ’ৰ্ড ষ্টাৰ্লিং]]ৰ সলনি অভিনয় কৰিবলৈ মাতে <ref>{{cite book |title=My Autobiography |last=Chaplin |first=Charles |year=1964 |publisher=Penguin |isbn=978-0-14-101147-9 |pages=137–139 }}</ref> । ছবিত অভিনয়ৰ প্ৰয়োজনীয়তা অনুসৰি অভিনয় কৰাত চাৰ্লি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । [[মেকিং এ লিভিং]](Making a Living) ছবিত চাৰ্লিৰ অভিনয় দেখি চেনেটে এটা ডাঙৰ ভুল কৰা বুলি অনুভৱ কৰিলে <ref>{{cite book |title=My Autobiography |last=Chaplin |first=Charles |year=1964 |publisher=Penguin |isbn=978-0-14-101147-9 |page=149 }}</ref> । কিন্তু নৰমাণ্ডৰ কথামতে তেওঁ চাৰ্লি চেপলিনক আন এটা সুযোগ দিবলৈ মান্তি হয় <ref>{{cite book |title=Mabel: Hollywood's First I Don't Care Girl |last=Fussell |first=Betty|authorlink=Betty Fussell |year=1982 |publisher=Limelight Edition |isbn=978-0-87910-158-9 |pages=70–71 }}</ref> ।
 
চেপলিনে অনুভৱ কৰিলে যে অতি সোনকালেই তেওঁক কামৰ পৰা বাদ দিয়া হ’ব । কিন্তু অতি সোনকালেই চেপলিনৰ বোলছবি জনপ্ৰিয় হৈ পৰিল আৰু তেৱোঁ কিষ্ট’নৰ এজন ডাঙৰ তাৰকালৈ উন্নীত হ’ল <ref name="Chaplin149-150" /><ref name="Tramp">{{cite web|url=http://www.pbs.org/wgbh/amex/pickford/peopleevents/p_chaplin.html |title=American Experience &#124; Mary Pickford &#124; People & Events |publisher=PBS |date=25 December 1977 |accessdate=21 April 2010|archiveurl = http://www.webcitation.org/5uKhZChEI |archivedate = 18 November 2010|deadurl=no}}</ref>
 
ইয়াৰ পিছত চেপলিনে নৰমাণ্ডৰ কেইবাখনো ছবিত কাম কৰে <ref name="Chaplin149-150">{{cite book |title=My Autobiography |last=Chaplin |first=Charles |year=1964 |publisher=Penguin |isbn=978-0-14-101147-9 |pages=149–150 }}</ref> । এগৰাকী মহিলাৰ নিৰ্দেশমতে অভিনয় কৰাটো চেপলিনৰ পছন্দ হোৱা নাছিল আৰু প্ৰায়েই তেওঁলোকৰ মতানৈক্য হৈছিল ।হৈছিল। শেষত তেওঁলোকৰ মাজত পুনৰ সুহৃদয়তা গঢ় লৈ উঠে আৰু চেপলিনে কিষ্ট’ন ত্যাগ কৰাৰ পিছতো ই অটুট থাকে ।
 
== তথ্যসূত্ৰ ==