সত্য সাই বাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{EngvarB|date=September 2013}} {{Use dmy dates|date=September 2013}} {{Infobox Hindu leader |name = সত্য সাই বাবা |image...
 
No edit summary
1 নং শাৰী:
 
{{EngvarB|date=September 2013}}
{{Use dmy dates|date=September 2013}}
{{Infobox Hindu leader
|name = সত্য সাই বাবা
Line 39 ⟶ 38:
 
===জাননী===
[[File:Baba-1940's.jpg|thumb|left|150px|নিজক [[শিৰডীৰ সাই বাবা|শিৰডীৰ সাই বাবাৰ]] অৱতাৰ বুলি দাবী কৰাৰ পিছত চৈধ্য বছৰীয়া সত্য সাই বাবা।]]
[[File:Baba-1940's.jpg|thumb|left|150px|Sathya Sai Baba at the age of 14, soon after proclaiming himself as the avatar of Shirdi Sai Baba]]
৮ মাৰ্চ ১৯৪০ত, নিজৰ ককায়েক চেচাম ৰাজুৰ সৈতে পুত্তপৰ্থিৰ কাষৰ এখন সৰু চহৰ উৰাভাক'ণ্ডাত থাকোতে সাই বাবাক এটি বৃশ্চিকে কামোৰিলে।<ref name="AlexandraKent"/><ref name="Larson"/> তেওঁ কেইবা ঘণ্টাৰ বাবে মূৰ্চিত হ'ল।<ref name="kent"/> তাৰ পাছৰ কেইদিনমানত তেওঁৰ স্বভাৱত ঊল্লেখনীয় পৰিৱৰ্তন দেখা গ'ল।<ref name="Larson"/> হাঁহি- কান্দোন, চিঞৰ-বাখৰ- মৌনতা আদি লক্ষণ দেখা গ'ল।<ref name="Larson"/><ref name="serpent">{{cite web|url=http://www.vahini.org/sss/i/serpent.html |title=Sathyam Sivam Sundaram Part I: 5.The Serpent Hill |publisher=Vahini.org |date=8 March 1940 |accessdate=6 January 2010}}</ref> দাবী কৰা হয় যে তেওঁ সংস্কৃতত পদ্য গাবলৈ ধৰিলে, যি ভাষা তেওঁ একেবাৰে নাজানিছিলে।<ref name="RichardWeiss"/> চিকিৎসকৰ মতে তেওঁৰ [[হিস্তেৰিয়া]] বেমাৰ হৈছিল।<ref name="RichardWeiss"/><ref name="Larson"/> চিন্তিত হৈ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পুত্তপৰ্থিলৈ উভতাই নিলে।<ref name="sss3620">{{cite web| last = Staff| first =| title = Sathya Sai Speaks Volume 36 (2003): 20. Mother's Role in Human Values| publisher = Sri Sathya Sai Books and Publications Trust| date = 23 November 2003| url = http://www.sssbpt.info/ssspeaks/volume36/sss36-20.pdf| accessdate = 6 January 2010}}</ref> তেওঁক বেজ, ডাক্তৰ আদিৰ ওচৰলৈ লৈ যোৱা হ'ল। কাডিৰিৰ এজন জৰা মেলা কৰা মানুহেটো চিকিৎসাৰ নামত তেওঁক অত্যাচাৰ কৰিবলৈ ধৰিলে; সত্য গোটেই সময় শান্ত হৈ থাকিল, যিয়ে তেওঁৰ পিতৃ-মাতৃক অধিক চিন্তিত কৰিলে।<ref name="Larson"/><ref name="serpent"/>
{{elucidate|date=March 2013}}সত্য গোটেই সময় শান্ত হৈ থাকিল, যিয়ে তেওঁৰ পিতৃ-মাতৃক অধিক চিন্তিত কৰিলে।<ref name="Larson"/><ref name="serpent"/>
 
২৩ মে' ১৯৪০ত সত্যই বোলে ঘৰৰ মানুহক মাতি তেওঁলোকৰ বাবে প্ৰসাদ আৰু ফুল প্ৰকট কৰিলে।<ref name="Kheirabadi2005">{{cite book|author=Masoud Kheirabadi|title=Sri Satya Sai Baba|url=http://books.google.com/books?id=n06499wG5VcC&pg=PA28|accessdate=24 April 2011|date=March 2005|publisher=Infobase Publishing|isbn=978-0-7910-8104-4|pages=28–}}</ref> এই দেখি সত্যৰ দেউতাক ভয়ভীত হ'ল আৰু ভাবিলে সত্যক কোনো [[ভূত|ভূতে]] ধৰিছে। তেওঁ সত্যই নিজৰ প্ৰকৃত পৰিচয় নিদিলে প্ৰহাৰৰ ভাবুকি দিলে। [[২০ অক্টোবৰ]] ১৯৪০ত, সৰু সত্যই শান্ত আৰু দৃঢ়ভাৱে ক'লে "মই সাই বাবা", [[শিৰডীৰ সাই বাবা]]ৰ এটি প্ৰসংগ।<ref name="RichardWeiss"/><ref name="kent"/> প্ৰথমবাৰলৈ তেওঁ [[শিৰডীৰ সাই বাবা]] হোৱাৰ কথা ক'লে-- মহাৰাষ্ট্ৰৰ এজন প্ৰখ্যাত সন্ত, যাৰ সত্য জন্ম হোৱাৰ ৮ বছৰ আগতে মৃত্যু হৈছিল।<ref name="RichardWeiss"/><ref name="sss3620"/><ref name="Schulman, Arnold 1971 pp. 122">Schulman, Arnold (1971). Baba. Viking Press. pp. 122–124. ISBN 0-670-14343-X.</ref>
 
===প্ৰথম মন্দিৰ আৰু পুত্তপৰ্থিৰ বিকাশ===
১৯৪৪ত সত্য সাই বাবাৰ ভক্তসকলৰ বাবে পুত্তপৰ্থিৰ ওচৰত এটা [[মন্দিৰ]] নিৰ্মাণ কৰা হ'ল। সেই মন্দিৰক এতিয়া "পুৰণা মন্দিৰ" বোলা হয়।<ref name="murphetman">Murphet, Howard (1977), ''Man of Miracles'', Weiser, ISBN 0-87728-335-4</ref><ref name="bowen">Bowen, David (1988). The Sathya Sai Baba Community in Bradford: Its origins and development, religious beliefs and practices. Leeds: University Press. ISBN 1-871363-02-0.</ref> বৰ্তমানৰ আশ্ৰম [[প্ৰশান্তি নিলয়ম]]ৰ নিৰ্মাণ ১৯৪৮ চনত আৰম্ভ হ'ল আৰু ১৯৫০ চনত শেষ হ'ল।<ref name="BabbLawrence"/><ref name="bowen"/> In১৯৫৪ 1954,চনত Sathyaসত্য Saiসাই Babaবাবাই establishedএখন aসৰু smallসাধাৰণ freeচিকিৎসালয় generalপুৰ্ত্তিপৰ্থিত hospitalস্থাপন in the village of Puttaparthi.কৰিলে।<ref name="TheHinduNewspaper">{{cite news |url=http://www.hindu.com/thehindu/features/saibaba/stories/2005112300270300.htm |title=Sri Sathya Sai 80th year of Advent |publisher=The Hindu |date=23 November 2005|accessdate=10 January 2010|location=Chennai, India}}</ref> তেওঁ জাদুৰ শক্তি আৰু চিকিৎসাৰ ক্ষমতাৰ বাবে বিখ্যাত হ'ল।<ref>{{cite web|url=http://www.theguardian.com/world/2011/apr/24/sri-sathya-sai-baba-dies|title=Sai Baba, spiritual guru to millions, dies at 85|author=Jason Burke|work=the Guardian}}</ref> ১৯৫৭ চনত সত্য সাই বাবাই উত্তৰ ভাৰতত তীৰ্থ ভ্ৰমণ কৰিলে।<ref name="Eade"/>
 
===ষ্ট্ৰ'ক আৰু পেৰেলাইচিচ===
Line 71 ⟶ 69:
| last = Balakrishnan| first = Deepa| authorlink =| title = Sai Baba turns 82, is still going strong| publisher = [[CNN-IBN]]| date = 23 November 2007| url = http://ibnlive.in.com/news/sai-baba-turns-82-is-still-going-strong/52860-3.html?from=search-relatedstories| archiveurl =| archivedate =| accessdate = 6 January 2010}} "However, he has been confined to a wheelchair for over two years now and his failing health has forced him to make fewer public appearances."</ref>
 
২০০৪ৰ পিছৰ পৰা তেওঁ চকাযুক্ত চকী ব্যৱহাৰ কৰিবলৈ ল'লে আৰু মানুহৰ আগত কমকৈ ওলাবলৈ ল'লে।[[File:HE-BIRTH-OF-RADIO-SAI SWAMI.jpg|right|thumb|Sathyaসত্য সাই বাবাই নিজৰ Saiজন্ম Babaদিবসত Inaugurating<nowiki>''ৰেডিয়'চাই''</nowiki> Radioবা Saiসাই onঅনাতাৰ Hisমুকলি Birthdayকৰোতে - 23rd২৩ Novemberনৱেম্বৰ 2001২০০১]]
 
===মৃত্যু===
Line 87 ⟶ 85:
|publisher = outlookindia.com|date = 25 April 2011|accessdate = 29 May 2011}}</ref> সেই দিনাই জন্ম দিন থকা বিখ্যাত [[ক্ৰিকেট]] তাৰকা [[শচীন তেণ্ডুলকাৰ|শচীন তেণ্ডুলকাৰে]] নিজৰ জন্মদিনৰ সকলো আয়োজন বাতিল কৰিলে।<ref>{{cite web|url=http://cricketnext.in.com/news/sachin-mourns-sai-babas-death-on-his-bday/56827-13.html|title=Sachin mourns SaiBaba death on his b'day|date=24 April 2011|work=IBNLive}}</ref><ref>{{cite web|url=http://truthdive.com/2011/04/24/a-sad-birthday-for-master-blaster.html|title=A sad birthday for Master Blaster|work=TruthDive}}</ref> বাতৰি কাকত [[দা হিন্দু]]ত প্ৰকাশ হৈছিল যে "সত্য সাই বাবাৰ আধ্যাত্মিকতা আৰু হিন্দু বিশ্বাসৰ প্ৰচাৰে তেওঁৰ ধৰ্ম-নিৰপেক্ষতাৰ বিশ্বাসত কেতিয়াও বাধা প্ৰদান নকৰিলে।"<ref>{{cite news| url=http://www.thehindu.com/news/national/article1764337.ece?homepage=true | location=Chennai, India | work=The Hindu | title=A secular spiritual leader | date=25 April 2011}}</ref>
 
[[কৰ্ণাটক]] চৰকাৰে ২৫ আৰু ২৬ এপ্ৰিলৰ দিনকেইটা আৰু [[আন্ধ্ৰ প্ৰদেশ]] চৰকাৰে ২৫, ২৬ আৰু ২৭ এপ্ৰিলৰ দিনকেইটাক শোক প্ৰকাশৰ দিন হিচাপে ঘোষণা কৰিলে।<ref name="news9"/>[[File:Sathya Sai Baba Samadhi at Puttaparthi, India.jpg|thumb|250px|Sathyaপুত্তপৰ্থিত Saiসত্য Babaসাই Samadhiবাবাৰ at Puttaparthiসমাধি]]
 
===বাসস্থল মুকলি===
Line 332 ⟶ 330:
{{Columns-end}}
 
==তথ্য সংগ্ৰহ==
==References==
{{reflist|30em}}