কুচিপুড়ি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ভাৰতৰ নৃত্য যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
{{পোখালি}}
{{Infobox dance
|title = কুচিপুড়ি নৃত্য
Line 13 ⟶ 14:
 
 
'''কুচিপুড়ি নৃত্য''' (ইংৰাজী: Kuchipudi Dance) ভাৰতম অন্যতম প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত অন্ধ্ৰপ্ৰদেশৰ[[অন্ধ্ৰপ্ৰদেশ]]ৰ [[কুচিপুড়ি]] নামৰ গাৱত এই নৃত্যকলাৰ জন্ম হয়। সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান [[শ্ৰী কৃষ্ণৰকৃষ্ণ]]ৰ পত্নী সত্যভামাৰ[[সত্যভামা]]ৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে। <ref> শান্তনু কৌশিক বৰুৱা, [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]], প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, [[শান্তনু কৌশিক বৰুৱা]], পৃষ্ঠা নং - ? </ref>
 
===ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কুচিপুড়ি নৃত্যশিল্পী===
"https://as.wikipedia.org/wiki/কুচিপুড়ি"ৰ পৰা অনা হৈছে