সত্য সাই বাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
199 নং শাৰী:
 
===প্ৰশান্তি নিলয়ম===
[[File:PrashantiNilayam1.jpg|left|thumb|পুত্তপৰ্থি, আন্ধ্ৰ প্ৰদেশ]][[File:Chaitanya Jyothi Museum, Prashanthi Nilayam, India.jpg|thumb|200px|right| সত্য সাই বাবাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত চৈতন্য জ্যোতি সংগ্ৰহালয়]] পুত্তপৰ্থি, য'ত সত্য সাই বাবাৰ জন্ম হৈছিল আছিল আন্ধ্ৰ প্ৰদেশৰ এখন সৰু, ভিতৰুৱা গাওঁ আছিল। এতিয়া সেই 'গাঁৱত' এটা বৃহৎ বিশ্ববিদ্যালয় কম্প্লেক্স, এক বিশেষ চিকিৎসালয়, দুটা সংগ্ৰহালয়: "সনাতন সংস্কৃতি" (সৰ্ব ধৰ্ম সংগ্ৰহালয় বুলিও জনা যায়) আৰু "চৈতন্য জ্যোতি" যি সত্য সাই বাবাৰ জীৱন আৰু শিক্ষাৰ ওপৰতেই আধাৰিত (পিছৰটোৱে নিজৰ স্থাপত্যৰ বাবে কেইবাটাও আন্তৰ্জাতিক পুৰস্কাৰ পাইছে) আছে।<ref name="TheStar2005-04-02">{{cite web
|last = Krishnamoorthy| first = M.| authorlink =| title = Enlightening experience in India| publisher = The Star Online| date = 2 April 2005| url = http://thestar.com.my/lifestyle/story.asp?file=/2005/4/2/features/9982154&sec=features| archiveurl =| archivedate =| accessdate = 6 January 2010}}{{dead link|date=October 2013}}</ref> তাত এটি প্লেনেটেৰিয়াম, এটা ৰে'লৱে ষ্টেচন, এটা হিল-ভিউ ষ্টেডিয়াম, এটা প্ৰশাসনিক ভৱন, ইন্ড'ৰ স্পৰ্টছ ষ্টেডিয়াম আদিও আছে।<ref>Places to see at Puttaparthi. [http://www.sathyasai.org/ashrams/prasanthi/outsideinterest.html Available online]</ref>উচ্চ পৰ্যায়ৰ ভাৰতীয় ৰাজনীতিবিদ যেনে পূৰ্বৰ ৰাষ্ট্ৰপতি [[এ. পি. জে. আব্দুল কালাম]], পূৰ্বৰ প্ৰধান মন্ত্ৰী [[অতল বিহাৰী বাজপেয়ী]], আন্ধ্ৰ প্ৰদেশৰ পূৰ্বৰ মুখ্য মন্ত্ৰী [[কনিজেটি ৰচাইয়াহ]], কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি-এচ য়েদ্যুৰাপ্পা আদিও পুত্তপৰ্থিৰ আশ্ৰমৰ আনুষ্ঠানিক অতিথি আছিল।<ref>''The Hindu'', "A 5-point recipe for happiness" 24 November 2006 [http://www.hindu.com/2006/11/24/stories/2006112405400400.htm Available online]</ref><ref>''The Hindu'', "Warm welcome to PM at Puttaparthi",12 February 2004 [http://www.hinduonnet.com/2004/02/12/stories/2004021203690600.htm Available online]</ref> দহ লাখতকৈও অধিক লোকে সত্য সাই বাবাৰ ৮০ নং জন্মদিন উপভোগ কৰিছিলে, তাৰে ভিতৰত ভাৰত আৰু ১৮০খন অন্য দেশৰ ১৩০০০ বিশেষ লোক আছিলে।<ref>''Deccan Herald'', "Sathya Sai's birthday celebrations on" by Terry Kennedy, 23 November 2005, [http://www.deccanherald.com/deccanherald/nov232005/national1724520051122.asp Available online]{{dead link|date=December 2010}}</ref>