তিন তাল (তবলা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
==বিশেষত্ব==
তিন তালত ষোল্ল মাত্ৰা আছে। ইয়াৰ ৪টা [[বিভাগ (তবলা)|বিভাগ]], প্ৰতি [[বিভাগ (তবলা)|প্ৰতি বিভাগ]]ত ৪ মাত্ৰাকৈ। তালটোৰ প্ৰথম [[মাত্ৰা (তবলা)|মাত্ৰা]]ত [[সম্ (তবলা)|সম্]], [[৫|পঞ্চম]] আৰু ত্ৰয়োদশ [[মাত্ৰা (তবলা)|মাত্ৰা]]ত [[তালি (তবলা)|তালি]] আৰু নৱম [[মাত্ৰা (তবলা)|মাত্ৰা]]ত [[খালি (তবলা)|খালি]]। এই [[তাল (তবলা)|তাল]] প্ৰায় [[তবলাৰ লহৰা|স্বতন্ত্ৰ বাদন]]ত আৰু ভজন আদিত ব্যৱহাৰ কৰা হয়।<ref>তবলা বিজ্ঞান গ্ৰন্থ</ref>
 
==লগতে চাওক==
* [[তবলা]]
 
[[Category:সংগীত]]
[[Categorry:তবলা]]